সমললৈ যাওক

ওড়িয়া ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
14:19, 25 October 2022-ত EN-Jungwon (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (→‎তথ্য সংগ্ৰহ: clean up, replaced: [[Category: → [[শ্ৰেণী: using AWB)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)
Favicon of Wikipedia ওড়িয়া ৱিকিপিডিয়া
soft2i
ইউ আৰ এল or.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ওড়িয়া ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৮,৩৪৭ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত ওড়িয়া ৱিকিপিডিয়াৰ ১৮,৩৪৭টা প্ৰবন্ধ, ৩৭,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ১৭৫টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫,৩৭,৬৯০।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ওড়িয়া ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]