সমললৈ যাওক

স্বাহিলি ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia স্বাহিলি ৱিকিপিডিয়া
soft2i
ইউ আৰ এল sw.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা স্বাহিলি ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

স্বাহিলি ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ স্বাহিলি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৮১,৯৮৮ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত স্বাহিলি ৱিকিপিডিয়াৰ ৮১,৯৮৮টা প্ৰবন্ধ, ৬৮,০০০ গৰাকী সম্পাদক, ১৪ গৰাকী প্ৰশাসক আৰু ২,২৯১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১৩,৪০,১৩৪।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্বাহিলি ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]