সমললৈ যাওক

মালায়ালম ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia মালায়ালম ৱিকিপিডিয়া
soft2i
ইউ আৰ এল ml.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা মালায়ালম es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

মালায়ালম ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মালায়ালম সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৮৫,৭৫৬ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত মালায়ালম ৱিকিপিডিয়াৰ ৮৫,৭৫৬টা প্ৰবন্ধ, ১,৮২,০০০ গৰাকী সম্পাদক, ১৪ গৰাকী প্ৰশাসক আৰু ৭,২৩৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪০,০৬,৪৯৯।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

মালায়ালম ৱিকিপিডিয়া