Gitartha.bordoloi
কৰ্মশালাৰ সোণালী পদক
সম্পাদনা কৰক- ধন্যবাদ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:58, 28 June 2023 (ইউ.টি.চি.)
ৱিকিউৎসৰ ভোটাতৰা
সম্পাদনা কৰকৱিকিউৎসৰ ভোটাতৰা | ||
শেহতীয়াকৈ অসমীয়া ৱিকিউৎসত অৰ্ধশতাধিক অসমীয়া গ্ৰন্থ আপল'ড কৰি তুমি যি অমূল্য অৱদান আগবঢ়ালা তাৰে সামান্য স্বীকৃতি হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ তোমাক এই পদকটো প্ৰদান কৰিছোঁ। -Joli Rumi (বাৰ্তা) 20:16, 28 July 2023 (ইউ.টি.চি.) |
Invitation to Rejoin the Healthcare Translation Task Force
সম্পাদনা কৰকYou have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)
ৱিকি সজাগতা পদক
সম্পাদনা কৰকমহাত্মা গান্ধী এডিটাথন, ২০২৩
সম্পাদনা কৰকপ্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপোনাৰ উৎসাহ আৰু আপুনি আগবঢ়োৱা পৰামৰ্শ আৰু অৱদানৰ বাবে আপোনাৰ আন্তৰিক শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা। |
কৃতজ্ঞতা আৰু অভিনন্দন
সম্পাদনা কৰককৃতজ্ঞতা আৰু অভিনন্দন | ||
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ” প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷ প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ |