আবেল বঁটা
অৱয়ব
এবেল বঁটা | ||
চিত্ৰ:Abelprisen.jpg | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | গণিত | |
বৰ্ণনা | গণিত জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয় | |
প্ৰতিষ্ঠা | ২০০২ | |
প্ৰথমবাৰ প্ৰদান | ২০০৩ | |
অন্তিমবাৰ প্ৰদান | ২০১১ | |
প্ৰদানকৰ্তা | নৰৱেজিয়ান অকাদেমি আৱ ছায়েঞ্চ এণ্ড লেটাছ |
গণিতজ্ঞ নীলছ হেনৰিক এবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ NASL -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে এবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।[1][2][3][4][5][6][7]
বুৰঞ্জী
২০০২ চনৰ পহিলা জানুৱাৰীত এবেলৰ সোঁৱৰণত 'নীলছ হেনৰিক এবেল পুঁজি’ প্ৰতিষ্ঠা কৰা হয়। এই পুঁজিৰ পৰাই প্ৰতিবছৰে নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাছ-এ এবেল বঁটা প্ৰদান কৰে ।বৰ্তমান সময়ত এই বঁটাৰ মূল্য ৬ নিযুত নৰৱেইজিয়ান ক্ৰনাৰ, প্ৰায় ৭,৫০,০০০ ইউৰো।[1] [8]
বঁটা বিজয়ী সকল
লগতে চাওক
তথ্যসূত্ৰ
- ↑ 1.0 1.1 "এবেল বঁটা আৰু বিজয়ীসকল". গণিত চ'ৰা ডট কম. http://gonitsora.com/%e0%a6%8f%e0%a6%ac%e0%a7%87%e0%a6%b2-%e0%a6%ac%e0%a6%81%e0%a6%9f%e0%a6%be-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%9f%e0%a7%80%e0%a6%b8%e0%a6%95%e0%a6%b2/। আহৰণ কৰা হৈছে: জানুৱাৰী ২০, ২০১২.
- ↑ Cipra, Barry (2009-03-26). "Russian Mathematician Wins Abel Prize". Science. http://sciencenow.sciencemag.org/cgi/content/full/2009/326/1। আহৰণ কৰা হৈছে: 2009-03-29.
- ↑ Geometer wins maths 'Nobel', nature.com, March 2009.
- ↑ El revolucionario geómetra Gromov, 'Nobel' de matemáticas, El Pais, March 2009
- ↑ Russian-born mathematician wins math's version of the Nobel, Scientific American blog, March 2009.
- ↑ Abel Prize Awarded: The Mathematicians' Nobel, Keith Devlin, maa.org, April 2004.
- ↑ Foderaro, Lisa W. (June 1, 2009), "In N.Y.U.'s Tally of Abel Prizes for Mathematics, Gromov Makes Three", New York Times, http://www.nytimes.com/2009/06/01/nyregion/01nyu.html
- ↑ H. Holden; R. Piene, eds. (2010), The Abel Prize 2003–2007, প্ৰকাশক Heidelberg: Springer, doi:10.1007/978-3-642-01373-7, ISBN 978-3-642-01372-0, http://www.springer.com/math/history+of+mathematics/book/978-3-642-01372-0