সমললৈ যাওক

আলোক-ইলেকট্ৰন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
14:46, 24 January 2019-ত Renamed user 2wz4ntr (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)


এখন ধাতুৰ পৃষ্ঠত এক নিৰ্দিষ্ট শক্তিতকৈ বেছি শক্তিৰ পোহৰ পৰিলে ধাতু পৃষ্ঠৰ পৰা যি ইলেকট্ৰন নিৰ্গত হয় তাকে আলোক ইলেকট্ৰন (ইংৰাজী: Photo electron) বুলি কোৱা হয়। ধাতুৰ পৃষ্ঠৰ পৰা ইলেকট্ৰন নিৰ্গত হ'বলৈ যি ন্যূনতম শক্তিৰ প্ৰয়োজন সেয়া ধাতুটোৰ কাৰ্য্যফলনৰ সমান। ধাতু পৃষ্ঠৰ পৰা নিৰ্গত আলোক ইলেকট্ৰনৰ গতিশক্তি (Kmax) ধাতুৰ পৃষ্ঠত পৰা পোহৰৰ শক্তি (hf) আৰু কাৰ্য্যফলনৰ (φ) পাৰ্থক্যৰ সমান, অৰ্থাৎ Kmax=hf – φ য'ত h প্লাংকৰ ধ্ৰুৱক আৰু f পোহৰৰ কম্পনাংক।