সমললৈ যাওক

পালুলা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
08:08, 21 July 2023-ত IKHazarika (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (নতুন পৃষ্ঠা: {{Infobox language |name=Palula |nativename=''{{lang|phl|{{Nastaliq|پالُولا}}}}''<br/>''Paaluulaá'' |image=200px |imagecaption=Palula in Nastaliq |pronunciation={{IPA|/paːluːlǎː/}} |states=Pakistan |region=Chitral |ethnicity=Palula |speakers={{sigfig|14,400|1}} |date=2018 |ref=e25 |speakers2=The population of Ashret and Biol Valleys is almost completely monolingual (2008...)
Palula
پالُولا
Paaluulaá

Palula in Nastaliq
উচ্চাৰণ /paːluːlǎː/
থলুৱা অঞ্চল Pakistan
অঞ্চল Chitral
জাতীয়তা Palula
স্থানীয় ভাষিক
সাঁচ:Sigfig (2018)e25
The population of Ashret and Biol Valleys is almost completely monolingual (2008)[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী Palula alphabet (Nastaʿlīq script)
ভাষা সংকেত
ISO 639-3 phl
গ্লোটোলগ phal1254[2]
Map of the region in Pakistan where the Palula language is spoken

পালুলা, ফালুৰা, পাল'লা বা ফালুল', যাক অশ্ৰেতী বা (খোৱাৰ ভাষী লোকে ব্যৱহাৰ কৰা) ডাঙৰিক্বাৰ নামেৰেও জনা যায় এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ১০০০০ লোকে অশ্ৰেত আৰু বিয়'ৰি উপত্যকাৰ লগতে শ্বিশ্বি উপত্যকাৰ পুৰি বা পুৰিগল আৰু কলকটক গাৱঁৰ (এই গাওঁ পাকিস্তানখাইবৰ পখতুনখোৱাৰ চিত্ৰল জিলাত স্থিত) অন্ততঃ এটি অংশত কোৱা হয়।[3]

কোনো কোনো সৰু গাৱঁত পালুলাৰ ব্যৱহাৰ নাইবা নোহোৱা হৈছে (যেনে দ্ৰোছৰ ওচৰৰ ঘোছ গাৱঁত) নহ'লে এই ভাষা কোৱা লোকে ইয়াৰ পৰিৱৰ্তে অধিক প্ৰসাৰিত খোৱাৰ ভাষা ক'বলৈ লৈছে। পিচে, পালুলা ভাষাৰ মূল অঞ্চল, অৰ্থাৎ বিয়'ৰি আৰু অশ্ৰেত উপত্যকাত ই এটি শক্তিশালী আৰু বিকাশশীল ভাষা হৈয়ে আছে। সেই অঞ্চলৰ প্ৰায় সকলো লোকেই এই ভাষাক নিজৰ মাতৃভাষা জ্ঞান কৰে, এক সৰু অংশক বাদ দি।

পালুলা শব্দ উচ্চৰণ কৰিবলৈ আতাইকেইটা স্বৰধ্বনি দীঘলকৈ উচ্চাৰণ কৰা হয় আৰু শেষৰটো বৰ্ধমান সুৰেৰে কোৱা হয়।

অধ্যয়ন আৰু বৰ্গীকৰণ

পালুলা ভাষাক জৰ্জ মৰ্গেনষ্টিয়াৰ্ণ (১৯২৬, ১৯৪১), কেণ্ডাল ডেকাৰ (১৯৯২), হেন্ৰিক লিকজেগ্ৰেন (২০০৮, ২০০০৯, ২০১০) আৰু হেন্ৰিক লিজেগ্ৰেন তথা নচীম হাইদৰ (২০০৯, ২০১১)ত চিহ্নিত কৰা হৈছে।

পালুলা ভাষাক এটি দাৰ্দিক ভাষা বুলি কোৱা হয়, কিন্তু ই ভৌগোলিক ভিত্তিতহে দাৰ্দিক আখ্যিত, ভাষিক ভিত্তিত নহয়।

ধ্বনিতত্ত্ব

স্বৰধ্বনি

Palula vowel chart, from Liljegren & Haider (2009:383)

তলত পালুলা ভাষাৰ শ্বৰধ্বনিসমূহ দিয়া হৈছে।[4][5]

Front Central Back
Close i iː u uː
Mid e eː o oː
Open a aː

কিছু কিছু স্থানত নাকেৰে উচ্চাৰণ কৰাৰো নিয়ম আছে।

ব্যঞ্জনধ্বনি

তলত এই ভাষাৰ ব্যঞ্জনধ্বনিসমূহ উল্লেখ কৰা হৈছে।[6]

Labial Denti-
alveolar
Retroflex Palatal Velar Uvular Glottal
Nasal voiced m n ɳ
breathy voiced
Plosive voiceless p t ʈ k (q)
voiced b d ɖ ɡ
aspirated ʈʰ
breathy voiced ɖʱ ɡʱ
Affricate plain ts
aspirated tsʰ tʂʰ tɕʰ
Fricative voiceless (f) s ʂ ɕ x h
voiced z (ʐ) ʑ ɣ
breathy voiced (ʐʱ) (ʑʱ)
Approximant voiced l j w
breathy voiced
Tap/Flap voiced ɾ ɽ
breathy voiced ɾʱ

তথ্য সংগ্ৰহ

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; e25 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Palula". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/phal1254. 
  3. Bergqvist, Henrik; Kittilä, Seppo (en ভাষাত). Evidentiality, egophoricity and engagement. Language Science Press. পৃষ্ঠা. 142. ISBN 978-3-96110-269-3. https://books.google.com/books?id=kMcBEAAAQBAJ&pg=PA142. 
  4. Liljegren (2008), পৃষ্ঠা. 64.
  5. Edelman (1983), পৃষ্ঠা. 263.
  6. Liljegren (2008), পৃষ্ঠা. 58.