সমললৈ যাওক

২০ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭  ১৮  ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২০ জুন (ইংৰাজী: 20 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭১তম (অধিবৰ্ষত ১৭২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৪টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৩৭ - ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
  • ১৯১২ - পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৬৯ - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।
  • ১৯৮৭ - চালিম আলি, ভাৰতীয় প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ।
  • ২০০৬ - সতীশ চন্দ্ৰ কাকতি, অসমীয়া সাংবাদিক।
  • ২০১৫ - মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। (জন্ম: ১২ নৱেম্বৰ ১৯৩৫)
  • ২০২১ - অশোক দাস, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ।

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

দিৱসসমূহ[সম্পাদনা কৰক]

  • বিষ্ণু ৰাভা দিৱস।
  • বিশ্ব শৰণাৰ্থী দিৱস।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]