সমললৈ যাওক

ৰকিবুল হুছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰকিবুল হুছেইন

ভাষণ প্ৰদান কৰি থকা অৱস্থাত হুছেইন
অসম বিধানসভাৰ বিৰোধীৰ উপ-নেতা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০ মে',২০২১
মন্ত্ৰী, বন আৰু পৰিৱেশ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম
কাৰ্যকাল
২৭ মে’ ২০১১ – ২০১৬
পৰিৱেশ আৰু বন, পৰ্যটন, তথ্য আৰু জনসংযোগ, প্ৰিন্টিং আৰু ষ্টেচনাৰী আদি বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
২০০৬ – ২০১১
ৰাজ্য,গৃহ, ৰাজনৈতিক, পাছপ’ৰ্ট, HAJ, BAD, তথ্য-প্ৰযুক্তি, ছপা আৰু ষ্টেচনাৰী আদি বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
২০০৪ – ২০০৬
গৃহ ৰাজ্যিক মন্ত্ৰী (কাৰাগাৰ আৰু গৃহৰক্ষী), সীমান্ত এলেকা উন্নয়ন, পাছপ'ৰ্ট।
কাৰ্যকাল
২০০২ – ২০০৬
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০১
পূৰ্বসূৰী অতুল কুমাৰ শৰ্মা
সমষ্টি চামগুৰি
ব্যক্তিগত তথ্য
জন্ম
ৰকিবুল হুছেইন

০৭ আগষ্ট, ১৯৬৪ (৫৯ বছৰ)
নগাঁও, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
বাসস্থান বিমলা বৰা ৰোড, নগাঁও, অসম, ভাৰত
শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়(স্নাতক)
জীৱিকা ৰাজনৈতিক
  • সমাজ সেৱক

ৰকিবুল হুছেইন হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ। বৰ্তমান তেওঁ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিধায়ক আৰু ধুবুৰী (লোকসভা সমষ্টি)ৰ সাংসদ। ২০১৬ চনলৈকে তেওঁ প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰত মন্ত্ৰীও আছিল। ২০০১ চনৰ পৰা ২০২১ চনলৈকে অসম বিধানসভালৈ একেৰাহে পাঁচটা কাৰ্যকালৰ বাবে তেওঁ নিৰ্বাচিত হৈছে।[1][2][3][4][5][6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]