সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। আওহেলা। দিনৰ দিনটো খপি মিছা ভাবনাত সন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত। সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰি সামৰি দিনৰ কাম লৱৰি ভাগৰি। এন্ধাৰ নিবাশে আহি আধা আব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
 
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{Left|প্ৰতিমা}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|আওহেলা।}}}}
প্ৰতিমা।
{{Block center|<poem>দিনৰ দিনটো খপি মিছা ভাবনাত
আওহেলা।
দিনৰ দিনটো খপি মিছা ভাবনাত
সন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত।
সন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত।
সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰি
সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰি
৮ নং শাৰী: ৭ নং শাৰী:
জীৱনত পোহৰৰ বাকি যি আছিলে।
জীৱনত পোহৰৰ বাকি যি আছিলে।
এতিয়াও দিব পাৰে৷ গোটেই জীৱন
এতিয়াও দিব পাৰে৷ গোটেই জীৱন
যদি ঘূৰি পাওঁ হায় জোনাক একণ।
যদি ঘূৰি পাওঁ হায় জোনাক একণ।</poem>}}
{{center|⸻}}
প্ৰাণৰ দৰাটি।
{{center|{{Xx-larger|প্ৰাণৰ দৰাটি।}}}}
হাঁহি চায় কোনে? অই লাহৰী তৰাটি!
{{Block center|<poem>হাঁহি চায় কোনে? অই লাহৰী তৰাটি!
বুকুত খেলিছে আজি আনন্দৰ ঢৌ।
বুকুত খেলিছে আজি আনন্দৰ ঢৌ।
আহিব লাগিছে জোন পালেহি নে নৌ?
আহিব লাগিছে জোন পালেহি নে নৌ?
ভুমুকি মাৰিছে হাঁহি প্ৰাণৰ দৰাটি।
ভুমুকি মাৰিছে হাঁহি প্ৰাণৰ দৰাটি।</poem>}}

{{center|⸻}}

১৩:৩৫, ১৬ জুলাই ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰতিমা

আওহেলা।

দিনৰ দিনটো খপি মিছা ভাবনাত
সন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত।
সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰি
সামৰি দিনৰ কাম লৱৰি ভাগৰি।
এন্ধাৰ নিবাশে আহি আধা আবৰিলে
জীৱনত পোহৰৰ বাকি যি আছিলে।
এতিয়াও দিব পাৰে৷ গোটেই জীৱন
যদি ঘূৰি পাওঁ হায় জোনাক একণ।

প্ৰাণৰ দৰাটি।

হাঁহি চায় কোনে? অই লাহৰী তৰাটি!
বুকুত খেলিছে আজি আনন্দৰ ঢৌ।
আহিব লাগিছে জোন পালেহি নে নৌ?
ভুমুকি মাৰিছে হাঁহি প্ৰাণৰ দৰাটি।