সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
 
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||বৈদেহী-বিচ্ছেদ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

বৈদেহী-বিচ্ছেদ।
{{Block center|<poem>{{gap|2em}}তুমি চিনা, তুমি চিনা,
৩য় অঃ।
তুমি চিনা, তুমি চিনা,
{{gap|5em}}তুমি চিনা ফুল।
{{gap|2em}}গোলাপত কাঁইট দেখি,
তুমি চিনা ফুল।
গোলাপত কাঁইট দেখি,
{{gap|2em}}কেতেকীত সাপ্ দেখি,
{{gap|2em}}যি নোতোলে ফুল সখী,
কেতেকীত সাপ দেখি,
{{gap|5em}}সি কি বুজে মোল।
যি নোতোল ফুল সখী,
৩য় অঃ।{{gap|2em}}(কন্দনা মুৱা হৈ) থোৱাঁ চতুৰালী,
সি কি বুজে মোল।
{{gap|5em}}দিম্ গালি পাৰি।
(কলন মুৱা হৈ) থোৱ। চতুৰালী,
দি গালি পাৰি।
১ম আৰু ২য় অঃ। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই)
১ম আৰু ২য় অঃ। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই)
আমি কেতেকীৰ পাহিৰে
{{gap|5em}}আমি কেতেকীৰ পাহিৰে
(কাপোৰৰ আঁচলৰে চকুৰ পানী মচি)
২য় অঃ।{{gap|2em}}(কাপোৰৰ আঁচলৰে চকুৰ পানী মচি)
দেখা চকুৰ পানী
{{gap|5em}}দেখা চকুৰ পানী
১ম আৰু ২য় অঃ। (৩য় অপৰীক সাবত মাৰি),
১ম আৰু ২য় অঃ। (৩য় অস্পৰীক সাবত মাৰি),
আজি ফুলনীৰ মাজতে
{{gap|5em}}আজি ফুলনীৰ মাজতে
পাতিম ৰাণী।
{{gap|5em}}পাতিম ৰাণী।
৩য় অঃ।{{gap|2em}}অস্পৰী-উ-উ-উ-(ক্ৰন্দন্)।
অপৰী-উ-উ-
-(ক্ৰন্দন)।
১ম আৰু ২য় অঃ। (সুৰ লগাই)
১ম আৰু ২য় অঃ। (সুৰ লগাই)
না বুলিয়ে মাতিছে
{{gap|5em}}না বুলিয়ে মাতিছে
কুউ-উ-উ-উৰুলি ধ্বনি)
{{gap|2em}}কুউ-উ-উ-উৰুলি ধ্বনি)
৪ৰ্থ অঃ।{{gap|2em}}সখি! সৌটি কোন্?
৪ৰ্থ অ।
{{gap|2em}}গুন্ গুন্ গুন্ কৈ
সখি! সৌটি কোন্?
{{gap|2em}}আলসুৱা-কুমলীয়া
গুন্ গুন্ গুন্ কৈ
{{gap|2em}}যুতি ফুলটীৰ,
আল-কুমলীয়া
</poem>}}
যুতি ফুলটাৰ,
৩য় অঃ।

১৭:১১, ৫ জুলাই ২০২৪ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৈদেহী-বিচ্ছেদ।


 তুমি চিনা, তুমি চিনা,
 তুমি চিনা ফুল।
 গোলাপত কাঁইট দেখি,
 কেতেকীত সাপ্ দেখি,
 যি নোতোলে ফুল সখী,
 সি কি বুজে মোল।
৩য় অঃ। (কন্দনা মুৱা হৈ) থোৱাঁ চতুৰালী,
 দিম্ গালি পাৰি।
১ম আৰু ২য় অঃ। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই)
 আমি কেতেকীৰ পাহিৰে
২য় অঃ। (কাপোৰৰ আঁচলৰে চকুৰ পানী মচি)
 দেখা চকুৰ পানী
১ম আৰু ২য় অঃ। (৩য় অস্পৰীক সাবত মাৰি),
 আজি ফুলনীৰ মাজতে
 পাতিম ৰাণী।
৩য় অঃ। অস্পৰী-উ-উ-উ-(ক্ৰন্দন্)।
১ম আৰু ২য় অঃ। (সুৰ লগাই)
 না বুলিয়ে মাতিছে
 কুউ-উ-উ-উৰুলি ধ্বনি)
৪ৰ্থ অঃ। সখি! সৌটি কোন্?
 গুন্ গুন্ গুন্ কৈ
 আলসুৱা-কুমলীয়া
 যুতি ফুলটীৰ,