সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১৩

ৱিকিউৎসৰ পৰা
১৩:৫৮, ১২ জুলাই ২০২৪-ত Himashree Borah (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৯৪ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত আজিলৈকে আৰু দ্বিতীয় তাঙ্গৰণ প্ৰকাশ হৈ নোলাল। আমি অসমীয়া ইমানে উদ্যমহীন যে গভৰ্ণমেন্টে হেমকোষ দুনাই নছপাওঁ বোলাত আৰু দ্বিতীয়বা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত আজিলৈকে আৰু দ্বিতীয় তাঙ্গৰণ প্ৰকাশ হৈ নোলাল। আমি অসমীয়া ইমানে উদ্যমহীন যে গভৰ্ণমেন্টে হেমকোষ দুনাই নছপাওঁ বোলাত আৰু দ্বিতীয়বাৰ ই ছপা হৈ নোলাল। বুলিলেও হেমকোষব গৰাকীসক- অসম সাহিত্য সভাই অসমীয়া কোনোজনে হেমকোষ পাওঁ লেৰে সৈতে ৰাশি নিমিলে। কৰিব লাগিছে –ই অতি প্ৰশং- ভাষাৰ বিৰাট অভিধান যুগুত সনীয় কথা। কিন্তু সেইবুলি হেমকোষ যে আৰু ছপা হব নালাগে সেইটো আমি কব নোৱাৰোঁ। এটা জীৱন্ত ভাষাৰ কেৱল এখন অভিধানে অভাৱ গুচাব নোৱাৰে৷ সি হেমকোষ লৈ অসমীয়া জাতিয়ে গৌৰৱ কৰে আৰু যাৰ নিমিত্তে হেমচন্দ্ৰ বৰুৱাক আমি ইমান ওখ আসন দিও, সেই হেমকোষৰ প্ৰকাশ কাৰ্য্য বিলুপ্ত হোৱাটো অতি বেজাৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ আগ বাঢ়িবনে? লগা 1 হেমকোষৰ কৰিবলৈ কোনো সদাশয় লোক গুণীৰ গুণ পূজা কৰা আৰু মানীৰ মান ৰক্ষা কৰা সভ্য জগতত শিক্ষিত চলিত ৰীতি। জাতি মাত্ৰৰে এটা অসমীয়া ভাষাৰ গুৰিয়াল হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি ৰক্ষা কৰা অসমীয়া মাত্ৰৰে কৰ্ত্তব্য। এই হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণী ৰাখিবলৈ যথাবিধি যত্ন কৰে সৰ্ব্বপ্ৰথমে আসাম ছাত্ৰ সমি- লনে। ১৯১৯ চনত ছাত্ৰ সম্মিলনে “হেমচন্দ্ৰ সোঁৱৰণী সমিতি” নামেৰে এটি সমিতি স্থাপন কৰে। এই সমিতিয়ে “হেমচন্দ্ৰ সোঁৱৰণী গ্ৰন্থাৱলী” নাম দি অসমীয়া ভাষাত একশ্ৰেণী লোকপ্ৰিয় অসমীয়া কিতাপ প্ৰকাশ কৰিবলৈ মনস্থ তাৰ ফলত “ৱেগানৰ সাধু” আৰু “ৰহস্য কাহনি” দুখন গ্ৰন্থ যথা সময়ত প্ৰকাশিত হয়। “হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত” খনিও সোঁৱৰণী কৰে। নামেৰে তো গ্ৰন্থাৱলীৰ