Wikidata:Main Page/Discover/as

From Wikidata
Jump to navigation Jump to search
This page is a translated version of the page Wikidata:Main Page/Discover and the translation is 100% complete.

ৱিকিডাটা সম্প্ৰদায়ৰ উদ্ভাৱনীমূলক প্ৰয়োগ আৰু অৱদানসমূহ

বৈশিষ্ট্যযুক্ত ৱিকিপ্ৰকল্প:
ৱিকিপ্ৰকল্প সংগীত

ৱিকিপ্ৰকল্প সংগীত হৈছে সম্পাদকসকলৰ ঘৰ যিয়ে শিল্পী, সংগীত উলিয়াত, ট্ৰেক, পুৰস্কাৰ, আৰু পৰিবেশনৰ বিষয়ে তথ্য যোগ কৰাত সহায় কৰে! ইয়াৰ উপৰিও বহুতো সংগীত ডাটাবেছ আৰু সেৱাৰ সৈতে ৱিকিডাটা সংযোগ কৰাটো প্ৰকল্পটোৰ আন এটা কাম। আমাৰ প্ৰকল্প পৃষ্ঠাত আমাৰ ডাটা মডেলৰ বিষয়ে পঢ়ক আৰু টেলিগ্ৰামত আমাৰ সৈতে কথা পাতক

অধিক:

  • ৱিকিডাটা ব্যৱহাৰ আৰু অন্বেষণৰ বাবে আমাৰ কিছুমান উত্তম সঁজুলি আৰু গেজেটৰ বাবে এইটো চাওক Wikidata:Tools

ৱিকিডাটা ব্যৱহাৰ কৰি কৰা এটা আকৰ্ষণীয় প্ৰকল্প বা গৱেষণাৰ বিষয়ে জানেনে? আপুনি মূল পৃষ্ঠাত প্ৰদৰ্শিত হ'ব লগা বিষয়বস্তু মনোনীত কৰিব পাৰে here!