সমললৈ যাওক

ৱেব ব্ৰাউজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।


ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।

বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla FireFox, Google Chrome, Opera, Safari আৰু Internet Explorer উল্লেখযোগ্য।

ইতিহাস

১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্ৰথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ (Nexus) নামেৰে নামাকৃত কৰা হয়।[1]



তথ্য সংগ্ৰহ