সমললৈ যাওক

কাৰেণ উলেনবেক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
পৃষ্ঠা কেৰেন উলেনবেকৰ পৰা কাৰেণ উলেনবেকলৈ Priyankush Dekaয়ে স্থানান্তৰ কৰিলে: ভুল উচ্চাৰণ (গতিকে ভুল বানান)
Rescuing 6 sources and tagging 0 as dead.) #IABot (v2.0.9.5
 
(3জন সদস্যই কৰা 4টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
27 নং শাৰী: 27 নং শাৰী:
| signature = <!--(filename only)-->
| signature = <!--(filename only)-->
}}
}}
'''কাৰেণ কেছকুল্লা উলেনবেক''' (জন্ম ২৪ আগষ্ট ১৯৪২) [[এবেল বঁটা]] বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ । এওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল । উলেনবেক বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ গৰাকী আছিল ।<ref name="mactutor">{{MacTutor Biography|id=Uhlenbeck_Karen}}</ref><ref name="asc">{{citation|url=http://www.agnesscott.edu/lriddle/women/uhlenbk.htm|title=Karen Uhlenbeck|website=Biographies of Women Mathematicians|publisher=[[Agnes Scott College]]}}.</ref><ref name="umich">{{citation|url=http://www.ur.umich.edu/9900/Dec06_99/12.htm|title=Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians|journal=The University Record|first=Lee|last=Katterman |date=December 6, 1999|publisher=University of Michigan|accessdate=2014-12-19}}</ref> উলেনবেক সম্প্ৰতি "ইনষ্টিটিউট অৱ্ এডভাঞ্চড্ ষ্টাডিজ"ৰ অতিথি অধ্যাপিকা আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অতিথি গৱেষিকা (ছিনিয়ৰ ৰিচাৰ্ছ্ স্কলাৰ্) ।<ref name="CBS" />
'''কাৰেণ কেছকুল্লা উলেনবেক''' (জন্ম ২৪ আগষ্ট ১৯৪২) [[এবেল বঁটা]] বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ গৰাকী আছিল।<ref name="mactutor">{{MacTutor Biography|id=Uhlenbeck_Karen}}</ref><ref name="asc">{{citation|url=http://www.agnesscott.edu/lriddle/women/uhlenbk.htm|title=Karen Uhlenbeck|website=Biographies of Women Mathematicians|publisher=[[Agnes Scott College]]}}.</ref><ref name="umich">{{citation|url=http://www.ur.umich.edu/9900/Dec06_99/12.htm|title=Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians|journal=The University Record|first=Lee|last=Katterman|date=December 6, 1999|publisher=University of Michigan|accessdate=2014-12-19|archivedate=2011-06-11|archiveurl=https://web.archive.org/web/20110611021150/http://ur.umich.edu/9900/Dec06_99/12.htm}}</ref> তেওঁ সম্প্ৰতি "ইনষ্টিটিউট অৱ্ এডভাঞ্চড্ ষ্টাডিজ"ৰ অতিথি অধ্যাপিকা আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অতিথি গৱেষিকা (ছিনিয়ৰ ৰিচাৰ্ছ্ স্কলাৰ্)।<ref name="CBS" />


==শিক্ষা আৰু কেৰিয়াৰ==
==শিক্ষা আৰু কেৰিয়াৰ==
উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল ।<ref name="mactutor"/><ref name="umich"/> তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল । ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় । স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত পুনৰ শিক্ষা আৰম্ভ কৰে । ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে ।<ref name="mactutor"/><ref name="umich"/> তেওঁ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis ।<ref>{{MathGenealogy |id=4834}}</ref>
উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল।<ref name="mactutor"/><ref name="umich"/> তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল। ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত পুনৰ শিক্ষা আৰম্ভ কৰে। ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।<ref name="mactutor"/><ref name="umich"/> তেওঁ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis।<ref>{{MathGenealogy |id=4834}}</ref>


"মাচ্চাছুচেটছ্ ইনষ্টিটিউট অৱ্ টেকন'ল'জি" আৰু "কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে'"ত কিছুদিন অস্থায়ীভাৱে কাম কৰাৰ পিছত উলেনবেকে স্বামীৰ লগত থাকি স্থায়ী পদ এটা পাবলৈ সমস্যাৰ সন্মুখীন হয় । সেইসময়ত প্ৰচলিত "anti-nepotism" নীতি অনুসৰি স্বামী-স্ত্ৰীয়ে একে বিশ্ববিদ্যালয়ত আনকি দুটা পৃথক বিভাগতো কাম কৰিব নোৱাৰিছিল । ১৯৭১ চনত তেওঁ উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ত অধ্যাপিকাৰ পদ এটা লাভ কৰে ।<ref>{{cite book|last1=Cooke|first1=Roger|title=The History of Mathematics: A Brief Course|date=2005|publisher=Wiley-Interscience|location=Hoboken, NJ|isbn=978-0-471-44459-6|page=76|edition=2.}}</ref> কিন্তু তেওঁৰ উৰ্বানা পছন্দ নোহোৱাত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আৰু ১৯৭৬ চনত তেওঁ চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয়লৈ গুছি আহে । ১৯৮৩ চনত উলেনবেকৰ পুনৰবাৰ চিকাগ' বিশ্ববিদ্যালয়লৈ প্ৰত্যাৱৰ্তন ঘটে । ইয়াৰ পিছত ১৯৮৮ চনত ছিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ অধ্যাপিকা হিচাপে অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত যোগদান কৰে ।<ref name="mactutor"/><ref name="asc"/><ref name="umich"/> ইয়াত তেওঁ মাৰ্ক হেছকিনছকে ধৰি কেইবাগৰাকী পি. এইছ. ডি. শিক্ষাৰ্থীৰ তত্ত্বাৱধায়ক আছিল ।<ref>{{Cite web|url=https://sites.duke.edu/scshgap/mark-haskins/|title=Mark Haskins – Simons Collaboration on Special Holonomy in Geometry, Analysis, and Physics|language=en-US|access-date=2019-03-18}}</ref> ২০১৯ চনত উলেনবেক [[এবেল বঁটা]] লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞৰূপে পৰিগণিত হয় । বঁটা প্ৰদানকাৰী সমিতিয়ে এইসম্পৰ্কে কৈছিল, "বিশ্লেষণ, জ্যামিতি আৰু গাণিতিক পদাৰ্থবিজ্ঞানত তেখেতৰ কৰ্মৰাজিয়ে মৌলিক প্ৰভাৱ পেলাইছে" ।<ref>{{cite news |last1=Change |first1=Kenneth |title=Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics |url=https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html |accessdate=19 March 2019 |publisher=New York Times |date=March 19, 2019}}</ref>
"মাচ্চাছুচেটছ্ ইনষ্টিটিউট অৱ্ টেকন'ল'জি" আৰু "কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে'"ত কিছুদিন অস্থায়ীভাৱে কাম কৰাৰ পিছত উলেনবেকে স্বামীৰ লগত থাকি স্থায়ী পদ এটা পাবলৈ সমস্যাৰ সন্মুখীন হয়। সেইসময়ত প্ৰচলিত "anti-nepotism" নীতি অনুসৰি স্বামী-স্ত্ৰীয়ে একে বিশ্ববিদ্যালয়ত আনকি দুটা পৃথক বিভাগতো কাম কৰিব নোৱাৰিছিল। ১৯৭১ চনত তেওঁ উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ত অধ্যাপিকাৰ পদ এটা লাভ কৰে।<ref>{{cite book|last1=Cooke|first1=Roger|title=The History of Mathematics: A Brief Course|date=2005|publisher=Wiley-Interscience|location=Hoboken, NJ|isbn=978-0-471-44459-6|page=76|edition=2.}}</ref> কিন্তু তেওঁৰ উৰ্বানা পছন্দ নোহোৱাত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আৰু ১৯৭৬ চনত তেওঁ চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয়লৈ গুছি আহে। ১৯৮৩ চনত উলেনবেকৰ পুনৰবাৰ চিকাগ' বিশ্ববিদ্যালয়লৈ প্ৰত্যাৱৰ্তন ঘটে। ইয়াৰ পিছত ১৯৮৮ চনত ছিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ অধ্যাপিকা হিচাপে অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত যোগদান কৰে।<ref name="mactutor"/><ref name="asc"/><ref name="umich"/> ইয়াত তেওঁ মাৰ্ক হেছকিনছকে ধৰি কেইবাগৰাকী পি. এইছ. ডি. শিক্ষাৰ্থীৰ তত্ত্বাৱধায়ক আছিল।<ref>{{Cite web|url=https://sites.duke.edu/scshgap/mark-haskins/|title=Mark Haskins – Simons Collaboration on Special Holonomy in Geometry, Analysis, and Physics|language=en-US|access-date=2019-03-18}}</ref> ২০১৯ চনত উলেনবেক [[এবেল বঁটা]] লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞৰূপে পৰিগণিত হয়। বঁটা প্ৰদানকাৰী সমিতিয়ে এইসম্পৰ্কে কৈছিল, "বিশ্লেষণ, জ্যামিতি আৰু গাণিতিক পদাৰ্থবিজ্ঞানত তেখেতৰ কৰ্মৰাজিয়ে মৌলিক প্ৰভাৱ পেলাইছে"।<ref>{{cite news |last1=Change |first1=Kenneth |title=Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics |url=https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html |accessdate=19 March 2019 |publisher=New York Times |date=March 19, 2019}}</ref>


==গৱেষণা==
==গৱেষণা==
উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে ।<ref name="mactutor"/><ref name="noether">{{citation|url=http://www.awm-math.org/noetherbrochure/Uhlenbeck88.html|title=Karen Uhlenbeck|website=Profiles of Women in Mathematics: The Emmy Noether Lectures|publisher=[[Association for Women in Mathematics]]|accessdate=2014-12-19}}.</ref>
উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে।<ref name="mactutor"/><ref name="noether">{{citation|url=http://www.awm-math.org/noetherbrochure/Uhlenbeck88.html|title=Karen Uhlenbeck|website=Profiles of Women in Mathematics: The Emmy Noether Lectures|publisher=[[Association for Women in Mathematics]]|accessdate=2014-12-19|archivedate=2015-01-12|archiveurl=https://web.archive.org/web/20150112115305/http://www.awm-math.org/noetherbrochure/Uhlenbeck88.html}}.</ref>


==বঁটা আৰু সন্মান==
==বঁটা আৰু সন্মান==
46 নং শাৰী: 46 নং শাৰী:
*"আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)<ref name="mactutor"/><ref name="asc"/>
*"আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)<ref name="mactutor"/><ref name="asc"/>
*বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত চিগমা একাদশ কমন ৱেলথ্ বঁটা, ১৯৯৫<ref name="umich"/>
*বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত চিগমা একাদশ কমন ৱেলথ্ বঁটা, ১৯৯৫<ref name="umich"/>
*নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০<ref name="mactutor"/><ref name="asc"/><ref>{{citation|url=https://www.nsf.gov/od/nms/recip_details.cfm?recip_id=366|title=The President's National Medal of Science: Recipient Details|accessdate= 13 December 2009|publisher=[[National Science Foundation]]}}</ref><ref name="nms-ut">{{citation|url=http://www.utexas.edu/news/2000/11/13/nr_science/|title=UT Austin mathematics professor wins National Medal of Science|publisher=Univ. of Texas|date=November 13, 2000|accessdate=2014-12-19}}.</ref>
*নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০<ref name="mactutor"/><ref name="asc"/><ref>{{citation|url=https://www.nsf.gov/od/nms/recip_details.cfm?recip_id=366|title=The President's National Medal of Science: Recipient Details|accessdate= 13 December 2009|publisher=[[National Science Foundation]]}}</ref><ref name="nms-ut">{{citation|url=http://www.utexas.edu/news/2000/11/13/nr_science/|title=UT Austin mathematics professor wins National Medal of Science|publisher=Univ. of Texas|date=November 13, 2000|accessdate=2014-12-19|archivedate=2012-11-05|archiveurl=https://web.archive.org/web/20121105204337/http://www.utexas.edu/news/2000/11/13/nr_science/}}.</ref>
*উৰ্বানা-কেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান, ২০০০<ref name="mactutor"/>
*উৰ্বানা-কেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান, ২০০০<ref name="mactutor"/>
*গাগেহে'ইম ফেল', ২০০১<ref>{{citation|url=http://www.utexas.edu/news/2001/04/23/nr_guggenheim/|title=Three UT Austin professors win prestigious Guggenheim Fellowships|publisher=Univ. of Texas|date=April 23, 2001|accessdate=2014-12-19}}.</ref>
*গাগেহে'ইম ফেল', ২০০১<ref>{{citation|url=http://www.utexas.edu/news/2001/04/23/nr_guggenheim/|title=Three UT Austin professors win prestigious Guggenheim Fellowships|publisher=Univ. of Texas|date=April 23, 2001|accessdate=2014-12-19|archivedate=2014-12-20|archiveurl=https://archive.today/20141220044434/http://www.utexas.edu/news/2001/04/23/nr_guggenheim/}}.</ref>
*অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১<ref name="mactutor"/>
*অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১<ref name="mactutor"/>
*মিছিগান বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি, ২০০৪<ref name="mactutor"/>
*মিছিগান বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি, ২০০৪<ref name="mactutor"/>
56 নং শাৰী: 56 নং শাৰী:
*"আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২<ref>{{citation|url=http://www.ams.org/profession/fellows-list|title=List of Fellows|publisher=American Mathematical Society|accessdate=2013-08-28}}.</ref>
*"আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২<ref>{{citation|url=http://www.ams.org/profession/fellows-list|title=List of Fellows|publisher=American Mathematical Society|accessdate=2013-08-28}}.</ref>
*[[প্ৰিন্সটন বিশ্ববিদ্যালয়]]ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২<ref>{{Cite web|url=https://www.princeton.edu/news/2012/06/05/princeton-awards-six-honorary-degrees|title=Princeton awards six honorary degrees|website=Princeton University|language=en|access-date=2019-03-08}}</ref>
*[[প্ৰিন্সটন বিশ্ববিদ্যালয়]]ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২<ref>{{Cite web|url=https://www.princeton.edu/news/2012/06/05/princeton-awards-six-honorary-degrees|title=Princeton awards six honorary degrees|website=Princeton University|language=en|access-date=2019-03-08}}</ref>
* [[এবেল বঁটা]], ২০১৯<ref name="Abel-2019">{{cite web |url=http://www.abelprize.no/nyheter/vis.html?tid=74161 |title=Karen Uhlenbeck first woman to win the Abel Prize|publisher=The Norwegian Academy of Science and Letters|accessdate=19 March 2019}}</ref><ref name="NYT-20190319">{{cite news |last=Chang |first=Kenneth |title=Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians. |url=https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html |date=19 March 2019 |work=[[The New York Times]] |accessdate=19 March 2019 }}</ref>
* [[এবেল বঁটা]], ২০১৯<ref name="Abel-2019">{{cite web|url=http://www.abelprize.no/nyheter/vis.html?tid=74161|title=Karen Uhlenbeck first woman to win the Abel Prize|publisher=The Norwegian Academy of Science and Letters|accessdate=19 March 2019|archivedate=24 May 2019|archiveurl=https://web.archive.org/web/20190524213151/http://www.abelprize.no/nyheter/vis.html?tid=74161|deadurl=yes}}</ref><ref name="NYT-20190319">{{cite news |last=Chang |first=Kenneth |title=Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians. |url=https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html |date=19 March 2019 |work=[[The New York Times]] |accessdate=19 March 2019 }}</ref>


==নিৰ্বাচিত কিতাপ-পত্ৰ==
==নিৰ্বাচিত কিতাপ-পত্ৰ==
150 নং শাৰী: 150 নং শাৰী:


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==
{{reflist|<ref name="CBS">{{cite web|url=https://www.cbsnews.com/news/abel-prize-karen-uhlenbeck-a-woman-just-won-maths-nobel-prize-for-the-first-time-ever/|title=A woman just won the prize known as "math's Nobel" — for the first time ever|publisher=CBS News|last=Garrand|first=Danielle|date=March 19, 2019|accessdate=March 19, 2019}}</ref>}}
{{reflist}}


==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==
*{{cite web|url=https://web.archive.org/web/20061209034304/http://rene.ma.utexas.edu/users/uhlen/|title= Home page}}
*{{cite web|url=http://rene.ma.utexas.edu/users/uhlen/|title=Home page|access-date=2019-03-19|archivedate=2006-12-09|archiveurl=https://web.archive.org/web/20061209034304/http://rene.ma.utexas.edu/users/uhlen/|deadurl=yes}}


[[শ্ৰেণী:গণিতজ্ঞ]]
[[শ্ৰেণী:গণিতজ্ঞ]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:এবেল বঁটা বিজয়ী]]

04:18, 28 September 2023 অনুযায়ী বৰ্তমান সংস্কৰণ

কাৰেণ উলেনবেক

১৯৮২ চনত উলেনবেক
জন্ম ২৪ আগষ্ট ১৯৪২
ক্লিভলেণ্ড্, অ'হায়', আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ গণিতজ্ঞ
কৰ্মস্থান ইউনিভাৰ্ছিটি অৱ্ টেক্সাছ এট্ অষ্টিন
চিকাগ' বিশ্ববিদ্যালয়
চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয়
নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়
উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়
মিছিগান বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ৰিচাৰ্ড শ্বেলডন পেলেইছ
ডক্তৰেল বিদ্যাৰ্থী মাৰ্ক হেছকিনছ্
জনা যায় কেলকুলাছ্ অৱ্ ভেৰিয়েছনছ্
প্ৰভাৱ শ্বিং-টাং ৱাও
উল্লেখনীয় বঁটা মেকআৰ্থাৰ প্ৰাইজ ফেল'শ্বিপ
নইথাৰ লেকচাৰাৰ (১৯৮৮)
নেশ্বনেল মেডেল অৱ্ চায়েন্স (২০০০)
লেৰই পি. ষ্টিল বঁটা (২০০৭)
এবেল বঁটা (২০১৯)

কাৰেণ কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ গৰাকী আছিল।[1][2][3] তেওঁ সম্প্ৰতি "ইনষ্টিটিউট অৱ্ এডভাঞ্চড্ ষ্টাডিজ"ৰ অতিথি অধ্যাপিকা আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অতিথি গৱেষিকা (ছিনিয়ৰ ৰিচাৰ্ছ্ স্কলাৰ্)।[4]

শিক্ষা আৰু কেৰিয়াৰ[সম্পাদনা কৰক]

উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল।[1][3] তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল। ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত পুনৰ শিক্ষা আৰম্ভ কৰে। ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।[1][3] তেওঁ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis।[5]

"মাচ্চাছুচেটছ্ ইনষ্টিটিউট অৱ্ টেকন'ল'জি" আৰু "কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে'"ত কিছুদিন অস্থায়ীভাৱে কাম কৰাৰ পিছত উলেনবেকে স্বামীৰ লগত থাকি স্থায়ী পদ এটা পাবলৈ সমস্যাৰ সন্মুখীন হয়। সেইসময়ত প্ৰচলিত "anti-nepotism" নীতি অনুসৰি স্বামী-স্ত্ৰীয়ে একে বিশ্ববিদ্যালয়ত আনকি দুটা পৃথক বিভাগতো কাম কৰিব নোৱাৰিছিল। ১৯৭১ চনত তেওঁ উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ত অধ্যাপিকাৰ পদ এটা লাভ কৰে।[6] কিন্তু তেওঁৰ উৰ্বানা পছন্দ নোহোৱাত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আৰু ১৯৭৬ চনত তেওঁ চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয়লৈ গুছি আহে। ১৯৮৩ চনত উলেনবেকৰ পুনৰবাৰ চিকাগ' বিশ্ববিদ্যালয়লৈ প্ৰত্যাৱৰ্তন ঘটে। ইয়াৰ পিছত ১৯৮৮ চনত ছিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ অধ্যাপিকা হিচাপে অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত যোগদান কৰে।[1][2][3] ইয়াত তেওঁ মাৰ্ক হেছকিনছকে ধৰি কেইবাগৰাকী পি. এইছ. ডি. শিক্ষাৰ্থীৰ তত্ত্বাৱধায়ক আছিল।[7] ২০১৯ চনত উলেনবেক এবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞৰূপে পৰিগণিত হয়। বঁটা প্ৰদানকাৰী সমিতিয়ে এইসম্পৰ্কে কৈছিল, "বিশ্লেষণ, জ্যামিতি আৰু গাণিতিক পদাৰ্থবিজ্ঞানত তেখেতৰ কৰ্মৰাজিয়ে মৌলিক প্ৰভাৱ পেলাইছে"।[8]

গৱেষণা[সম্পাদনা কৰক]

উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে।[1][9]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

উলেনবেকে লাভ কৰা কেইটামান উল্লেখনীয় বঁটা আৰু সন্মান:

  • মেকআৰ্থাৰ ফেল', ১৯৮৩[1][2]
  • মিছিগান বিশ্ববিদ্যালয়ৰ বছৰটোৰ প্ৰাক্তন শিক্ষাৰ্থী, ১৯৮৪[3]
  • "আমেৰিকান একাডেমী অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছ"ৰ সভ্য, ১৯৮৫[1][2]
  • নেশ্বনেল একাডেমী অৱ্ চায়েন্সৰ সদস্য, ১৯৮৬,নেশ্বনেল একাডেমীৰ সদস্যপদ লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ[1][2][3]
  • নইথাৰ লেকচাৰাৰ, ১৯৮৮[9]
  • "আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)[1][2]
  • বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত চিগমা একাদশ কমন ৱেলথ্ বঁটা, ১৯৯৫[3]
  • নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০[1][2][10][11]
  • উৰ্বানা-কেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান, ২০০০[1]
  • গাগেহে'ইম ফেল', ২০০১[12]
  • অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১[1]
  • মিছিগান বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি, ২০০৪[1]
  • আমেৰিকান মেথমেটিকেল চ'ছাইটিৰ ষ্টিল প্ৰাইজ, ২০০৭[1][2]
  • হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০৭[1]
  • "লণ্ডন মেথমেটিকেল চ'ছাইটি"ৰ সন্মানীয় সদস্য, ২০০৮[1]
  • "আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২[13]
  • প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২[14]
  • এবেল বঁটা, ২০১৯[15][16]

নিৰ্বাচিত কিতাপ-পত্ৰ[সম্পাদনা কৰক]

কিতাপ
গৱেষণা পত্ৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "কাৰেণ উলেনবেক", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Uhlenbeck_Karen.html .
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 Karen Uhlenbeck, Agnes Scott College, http://www.agnesscott.edu/lriddle/women/uhlenbk.htm .
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Katterman, Lee (December 6, 1999), "Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians", The University Record (University of Michigan), archived from the original on 2011-06-11, https://web.archive.org/web/20110611021150/http://ur.umich.edu/9900/Dec06_99/12.htm, আহৰণ কৰা হৈছে: 2014-12-19 
  4. 4.0 4.1 Garrand, Danielle (March 19, 2019). "A woman just won the prize known as "math's Nobel" — for the first time ever". CBS News. https://www.cbsnews.com/news/abel-prize-karen-uhlenbeck-a-woman-just-won-maths-nobel-prize-for-the-first-time-ever/। আহৰণ কৰা হৈছে: March 19, 2019. 
  5. কাৰেণ উলেনবেক সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  6. Cooke, Roger (2005). The History of Mathematics: A Brief Course (2. সম্পাদনা). প্ৰকাশক Hoboken, NJ: Wiley-Interscience. পৃষ্ঠা. 76. ISBN 978-0-471-44459-6. 
  7. "Mark Haskins – Simons Collaboration on Special Holonomy in Geometry, Analysis, and Physics" (en-US ভাষাত). https://sites.duke.edu/scshgap/mark-haskins/। আহৰণ কৰা হৈছে: 2019-03-18. 
  8. Change, Kenneth (March 19, 2019). "Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics". New York Times. https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html। আহৰণ কৰা হৈছে: 19 March 2019. 
  9. 9.0 9.1 Karen Uhlenbeck, Association for Women in Mathematics, archived from the original on 2015-01-12, https://web.archive.org/web/20150112115305/http://www.awm-math.org/noetherbrochure/Uhlenbeck88.html, আহৰণ কৰা হৈছে: 2014-12-19 .
  10. The President's National Medal of Science: Recipient Details, National Science Foundation, https://www.nsf.gov/od/nms/recip_details.cfm?recip_id=366, আহৰণ কৰা হৈছে: 13 December 2009 
  11. UT Austin mathematics professor wins National Medal of Science, Univ. of Texas, November 13, 2000, archived from the original on 2012-11-05, https://web.archive.org/web/20121105204337/http://www.utexas.edu/news/2000/11/13/nr_science/, আহৰণ কৰা হৈছে: 2014-12-19 .
  12. Three UT Austin professors win prestigious Guggenheim Fellowships, Univ. of Texas, April 23, 2001, archived from the original on 2014-12-20, https://archive.today/20141220044434/http://www.utexas.edu/news/2001/04/23/nr_guggenheim/, আহৰণ কৰা হৈছে: 2014-12-19 .
  13. List of Fellows, American Mathematical Society, http://www.ams.org/profession/fellows-list, আহৰণ কৰা হৈছে: 2013-08-28 .
  14. "Princeton awards six honorary degrees" (en ভাষাত). Princeton University. https://www.princeton.edu/news/2012/06/05/princeton-awards-six-honorary-degrees। আহৰণ কৰা হৈছে: 2019-03-08. 
  15. "Karen Uhlenbeck first woman to win the Abel Prize". The Norwegian Academy of Science and Letters. Archived from the original on 24 May 2019. https://web.archive.org/web/20190524213151/http://www.abelprize.no/nyheter/vis.html?tid=74161। আহৰণ কৰা হৈছে: 19 March 2019. 
  16. Chang, Kenneth (19 March 2019). "Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians.". The New York Times. https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html। আহৰণ কৰা হৈছে: 19 March 2019. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]