কাৰেণ উলেনবেক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
34 নং শাৰী: | 34 নং শাৰী: | ||
উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে । |
উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে । |
||
==বঁটা আৰু সন্মান== |
==বঁটা আৰু সন্মান== |
||
উলেনবেকে লাভ কৰা কেইটামান উল্লেখনীয় বঁটা আৰু সন্মান: |
|||
The many awards and honors won by Uhlenbeck include: |
|||
* |
*মেকআৰ্থাৰ ফেল', ১৯৮৩<ref name="mactutor"/><ref name="asc"/> |
||
*মিছিগান বিশ্ববিদ্যালয়ৰ বছৰটোৰ শিক্ষাৰ্থী, ১৯৮৪<ref name="umich"/> |
|||
*University of Michigan alumna of the year, 1984.<ref name="umich"/> |
|||
* |
*"আমেৰিকান একাডেমী অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছ"ৰ সভ্য, ১৯৮৫<ref name="mactutor"/><ref name="asc"/> |
||
* |
*নেশ্বনেল একাডেমী অৱ্ চায়েন্সৰ সদস্য, ১৯৮৬,নেশ্বনেল একাডেমীৰ সদস্যপদ লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ<ref name="mactutor"/><ref name="asc"/><ref name="umich"/> |
||
* |
*নইথাৰ লেকচাৰাৰ, ১৯৮৮<ref name="noether"/> |
||
*"আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)<ref name="mactutor"/><ref name="asc"/> |
|||
*Plenary speaker at [[International Congress of Mathematicians]], 1990, as only the second woman (after [[Emmy Noether]]) to give such a lecture.<ref name="mactutor"/><ref name="asc"/> |
|||
*[[Sigma Xi]] Common Wealth Award for Science and Technology, 1995.<ref name="umich"/> |
*[[Sigma Xi]] Common Wealth Award for Science and Technology, 1995.<ref name="umich"/> |
||
* |
*নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০<ref name="mactutor"/><ref name="asc"/><ref>{{citation|url=https://www.nsf.gov/od/nms/recip_details.cfm?recip_id=366|title=The President's National Medal of Science: Recipient Details|accessdate= 13 December 2009|publisher=[[National Science Foundation]]}}</ref><ref name="nms-ut">{{citation|url=http://www.utexas.edu/news/2000/11/13/nr_science/|title=UT Austin mathematics professor wins National Medal of Science|publisher=Univ. of Texas|date=November 13, 2000|accessdate=2014-12-19}}.</ref> |
||
*Honorary doctorate from University of Illinois at Urbana-Champaign, 2000.<ref name="mactutor"/> |
*Honorary doctorate from University of Illinois at Urbana-Champaign, 2000.<ref name="mactutor"/> |
||
*[[Guggenheim Fellowship|Guggenheim Fellow]], 2001.<ref>{{citation|url=http://www.utexas.edu/news/2001/04/23/nr_guggenheim/|title=Three UT Austin professors win prestigious Guggenheim Fellowships|publisher=Univ. of Texas|date=April 23, 2001|accessdate=2014-12-19}}.</ref> |
*[[Guggenheim Fellowship|Guggenheim Fellow]], 2001.<ref>{{citation|url=http://www.utexas.edu/news/2001/04/23/nr_guggenheim/|title=Three UT Austin professors win prestigious Guggenheim Fellowships|publisher=Univ. of Texas|date=April 23, 2001|accessdate=2014-12-19}}.</ref> |
||
*অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১<ref name="mactutor"/> |
|||
*Honorary doctorate from University of Ohio, 2001.<ref name="mactutor"/> |
|||
*Honorary doctorate from University of Michigan, 2004.<ref name="mactutor"/> |
*Honorary doctorate from University of Michigan, 2004.<ref name="mactutor"/> |
||
*[[American Mathematical Society]] [[Steele Prize]] "for her foundational contributions in analytic aspects of mathematical gauge theory in the papers "Removable singularities in Yang–Mills fields" (1982) and "Connections with bounds on curvature", 2007.<ref name="mactutor"/><ref name="asc"/> |
*[[American Mathematical Society]] [[Steele Prize]] "for her foundational contributions in analytic aspects of mathematical gauge theory in the papers "Removable singularities in Yang–Mills fields" (1982) and "Connections with bounds on curvature", 2007.<ref name="mactutor"/><ref name="asc"/> |
||
*[[হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়]]ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০৭<ref name="mactutor"/> |
|||
*Honorary doctorate from [[Harvard University]], 2007.<ref name="mactutor"/> |
|||
*"লণ্ডন মেথমেটিকেল চ'ছাইটি"ৰ সন্মানীয় সদস্য, ২০০৮<ref name="mactutor"/> |
|||
*Honorary member of the [[London Mathematical Society]], 2008.<ref name="mactutor"/> |
|||
* |
*"আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২<ref>{{citation|url=http://www.ams.org/profession/fellows-list|title=List of Fellows|publisher=American Mathematical Society|accessdate=2013-08-28}}.</ref> |
||
* |
*[[প্ৰিন্সটন বিশ্ববিদ্যালয়]]ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২<ref>{{Cite web|url=https://www.princeton.edu/news/2012/06/05/princeton-awards-six-honorary-degrees|title=Princeton awards six honorary degrees|website=Princeton University|language=en|access-date=2019-03-08}}</ref> |
||
* [[ |
* [[এবেল বঁটা]], ২০১৯<ref name="Abel-2019">{{cite web |url=http://www.abelprize.no/nyheter/vis.html?tid=74161 |title=Karen Uhlenbeck first woman to win the Abel Prize|publisher=The Norwegian Academy of Science and Letters|accessdate=19 March 2019}}</ref><ref name="NYT-20190319">{{cite news |last=Chang |first=Kenneth |title=Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians. |url=https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html |date=19 March 2019 |work=[[The New York Times]] |accessdate=19 March 2019 }}</ref> |
||
==নিৰ্বাচিত কিতাপ-পত্ৰ== |
==নিৰ্বাচিত কিতাপ-পত্ৰ== |
||
;কিতাপ |
;কিতাপ |
14:53, 19 March 2019ৰ সংস্কৰণ
কেৰেন উলেনবেক | |
---|---|
Karen Uhlenbeck née Keskulla | |
জন্ম | ২৪ আগষ্ট ১৯৪২ ক্লিভলেণ্ড্, অ'হায়', আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | আমেৰিকান |
ক্ষেত্ৰ | গণিতজ্ঞ |
কৰ্মস্থান | ইউনিভাৰ্ছিটি অৱ্ টেক্সাছ এট্ অষ্টিন চিকাগ' বিশ্ববিদ্যালয় চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয় নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয় উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয় মিছিগান বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | ৰিচাৰ্ড শ্বেলডন পেলেইছ |
ডক্তৰেল বিদ্যাৰ্থী | মাৰ্ক হেছকিনছ্ |
জনা যায় | কেলকুলাছ্ অৱ্ ভেৰিয়েছনছ্ |
প্ৰভাৱ | শ্বিং-টাং ৱাও |
উল্লেখনীয় বঁটা | মেকআৰ্থাৰ প্ৰাইজ ফেল'শ্বিপ নইথাৰ লেকচাৰাৰ (১৯৮৮) নেশ্বনেল মেডেল অৱ্ চায়েন্স (২০০০) লেৰই পি. ষ্টিল বঁটা (২০০৭) এবেল বঁটা (২০১৯) |
কেৰেন কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ । এওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ আসনৰ গৰাকী ।[1][2][3]
শিক্ষা আৰু কেৰিয়াৰ
উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল । তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল । ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় । স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত শিক্ষা পুনৰ আৰম্ভ কৰে । ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে । তেওঁৰ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis ।
গৱেষণা
উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে ।
বঁটা আৰু সন্মান
উলেনবেকে লাভ কৰা কেইটামান উল্লেখনীয় বঁটা আৰু সন্মান:
- মেকআৰ্থাৰ ফেল', ১৯৮৩[1][2]
- মিছিগান বিশ্ববিদ্যালয়ৰ বছৰটোৰ শিক্ষাৰ্থী, ১৯৮৪[3]
- "আমেৰিকান একাডেমী অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছ"ৰ সভ্য, ১৯৮৫[1][2]
- নেশ্বনেল একাডেমী অৱ্ চায়েন্সৰ সদস্য, ১৯৮৬,নেশ্বনেল একাডেমীৰ সদস্যপদ লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ[1][2][3]
- নইথাৰ লেকচাৰাৰ, ১৯৮৮[4]
- "আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)[1][2]
- Sigma Xi Common Wealth Award for Science and Technology, 1995.[3]
- নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০[1][2][5][6]
- Honorary doctorate from University of Illinois at Urbana-Champaign, 2000.[1]
- Guggenheim Fellow, 2001.[7]
- অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১[1]
- Honorary doctorate from University of Michigan, 2004.[1]
- American Mathematical Society Steele Prize "for her foundational contributions in analytic aspects of mathematical gauge theory in the papers "Removable singularities in Yang–Mills fields" (1982) and "Connections with bounds on curvature", 2007.[1][2]
- হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০৭[1]
- "লণ্ডন মেথমেটিকেল চ'ছাইটি"ৰ সন্মানীয় সদস্য, ২০০৮[1]
- "আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২[8]
- প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২[9]
- এবেল বঁটা, ২০১৯[10][11]
নিৰ্বাচিত কিতাপ-পত্ৰ
- কিতাপ
- Freed, Daniel S.; Uhlenbeck, Karen K. (1984), Instantons and Four-Manifolds, Mathematical Sciences Research Institute Publications, 1, Springer-Verlag, New York, doi:10.1007/978-1-4684-0258-2, ISBN 0-387-96036-8.
- গৱেষণা পত্ৰ
- Uhlenbeck, Karen (1977), "Regularity for a class of non-linear elliptic systems", Acta Mathematica খণ্ড 138 (3–4): 219–240, doi:10.1007/bf02392316.
- Sacks, Jonathan; Uhlenbeck, Karen (1981), "The existence of minimal immersions of 2-spheres", Annals of Mathematics, Second Series খণ্ড 113 (1): 1–24, doi:10.2307/1971131.
- Uhlenbeck, Karen K. (1982), "Removable singularities in Yang–Mills fields", Communications in Mathematical Physics খণ্ড 83 (1): 11–29, doi:10.1007/bf01947068, http://projecteuclid.org/euclid.cmp/1103920742. Announced in the Bulletin of the American Mathematical Society 1 (3): 579–581, MR0526970.
- Uhlenbeck, Karen K. (1982), "Connections with bounds on curvature", Communications in Mathematical Physics খণ্ড 83 (1): 31–42, doi:10.1007/bf01947069, http://projecteuclid.org/euclid.cmp/1103920743.
- Schoen, Richard; Uhlenbeck, Karen (1982), "A regularity theory for harmonic maps", Journal of Differential Geometry খণ্ড 17 (2): 307–335, http://projecteuclid.org/euclid.jdg/1214436923.
- Uhlenbeck, Karen; Yau, Shing-Tung (1986), "On the existence of Hermitian-Yang-Mills connections in stable vector bundles", Communications on Pure and Applied Mathematics (Suppl.: Frontiers of the mathematical sciences, New York, 1985) খণ্ড 39: S257–S293, doi:10.1002/cpa.3160390714.
- Uhlenbeck, Karen (1989), "Harmonic maps into Lie groups: classical solutions of the chiral model", Journal of Differential Geometry খণ্ড 30 (1): 1–50, http://projecteuclid.org/euclid.jdg/1214443286.
তথ্যসূত্ৰ
- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "কাৰেণ উলেনবেক", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Uhlenbeck_Karen.html.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Karen Uhlenbeck, Agnes Scott College, http://www.agnesscott.edu/lriddle/women/uhlenbk.htm.
- ↑ 3.0 3.1 3.2 3.3 Katterman, Lee (December 6, 1999), "Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians", The University Record (University of Michigan), http://www.ur.umich.edu/9900/Dec06_99/12.htm, আহৰণ কৰা হৈছে: 2014-12-19
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;noether
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ The President's National Medal of Science: Recipient Details, National Science Foundation, https://www.nsf.gov/od/nms/recip_details.cfm?recip_id=366, আহৰণ কৰা হৈছে: 13 December 2009
- ↑ UT Austin mathematics professor wins National Medal of Science, Univ. of Texas, November 13, 2000, http://www.utexas.edu/news/2000/11/13/nr_science/, আহৰণ কৰা হৈছে: 2014-12-19.
- ↑ Three UT Austin professors win prestigious Guggenheim Fellowships, Univ. of Texas, April 23, 2001, http://www.utexas.edu/news/2001/04/23/nr_guggenheim/, আহৰণ কৰা হৈছে: 2014-12-19.
- ↑ List of Fellows, American Mathematical Society, http://www.ams.org/profession/fellows-list, আহৰণ কৰা হৈছে: 2013-08-28.
- ↑ "Princeton awards six honorary degrees" (en ভাষাত). Princeton University. https://www.princeton.edu/news/2012/06/05/princeton-awards-six-honorary-degrees। আহৰণ কৰা হৈছে: 2019-03-08.
- ↑ "Karen Uhlenbeck first woman to win the Abel Prize". The Norwegian Academy of Science and Letters. http://www.abelprize.no/nyheter/vis.html?tid=74161। আহৰণ কৰা হৈছে: 19 March 2019.
- ↑ Chang, Kenneth (19 March 2019). "Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians.". The New York Times. https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html। আহৰণ কৰা হৈছে: 19 March 2019.