সমললৈ যাওক

চাৰ্বাক দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী: 1 নং শাৰী:
চাৰ্বাক দৰ্শন হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা।ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন।কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।
চাৰ্বাক দৰ্শন হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা।ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত।ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন।কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।

17:33, 6 February 2020ৰ সংস্কৰণ