সমললৈ যাওক

মামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: left|thumb|300px|Mummy in the British Museum '''মামী''' (ইংৰাজী:Mummy) হ’ব প্ৰাচীন [...
 
No edit summary
 
(3জন সদস্যই কৰা 4টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
1 নং শাৰী: 1 নং শাৰী:
[[File:Mummy at British Museum.jpg|left|thumb|300px|Mummy in the British Museum]]
[[File:Mummy at British Museum.jpg|thumb|ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত এটা মামী]]
'''মামী''' ({{Lang-en|Mummy}}) হ'ল [[প্ৰাচীন ইজিপ্ট]]ৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা [[মানুহ]] (বা আন [[জীৱ]]ৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে প্ৰাচীন ইজিপ্টৰ (এতিয়াৰ [[ইজিপ্ত]]ৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।<ref name="Dunn">{{cite web| last = Dunn| first = Jimmy| title = An Overview of Mummification in Ancient Egypt| date = 22 August 2011| url = http://www.touregypt.net/featurestories/mummification.htm| accessdate = 9 November 2013}}</ref>
মিছৰবাসীসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছত মৃতদেহৰ কোনো অনিষ্ট নহ'লে তেওঁ জীৱিত অৱস্থাত থকাৰ দৰে স্বৰ্গত বাস কৰিবলৈ পায়।<ref>[[শান্তনু কৌশিক বৰুৱা]], সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড </ref>


==তথ্যসূত্ৰ==
'''মামী''' (ইংৰাজী:Mummy) হ’ব প্ৰাচীন [[ইজিপ্ত]]ৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা [[মানুহ]] (বা আন [[জীৱ]]ৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে পুৰণি মিছৰৰ (এতিয়াৰ [[ইজিপ্ত]]ৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।
{{reflist}}

[[শ্ৰেণী:প্ৰাচীন ইজিপ্ট]]

10:05, 8 June 2021 অনুযায়ী বৰ্তমান সংস্কৰণ

ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত এটা মামী

মামী (ইংৰাজী: Mummy) হ'ল প্ৰাচীন ইজিপ্টৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা মানুহ (বা আন জীৱৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে প্ৰাচীন ইজিপ্টৰ (এতিয়াৰ ইজিপ্তৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।[1] মিছৰবাসীসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছত মৃতদেহৰ কোনো অনিষ্ট নহ'লে তেওঁ জীৱিত অৱস্থাত থকাৰ দৰে স্বৰ্গত বাস কৰিবলৈ পায়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dunn, Jimmy (22 August 2011). "An Overview of Mummification in Ancient Egypt". http://www.touregypt.net/featurestories/mummification.htm। আহৰণ কৰা হৈছে: 9 November 2013. 
  2. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড