সমললৈ যাওক

লগান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।

লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে।

লগান: ৱাঞ্চ আপন এ টাইম ইন ইণ্ডিয়া
পৰিচালক আশুতোষ গোৱাৰিকৰ
ৰচনা K. P. Saxena
(হিন্দী সংলাপ)
আশুতোষ গোৱাৰিকৰ
(ইংৰাজী সংলাপ)
চিত্ৰনাট্য আশুতোষ গোৱাৰিকৰ
San
কাহিনী আশুতোষ গোৱাৰিকৰ
প্ৰযোজক আমিৰ খান
অভিনয়ত
  • আমিৰ খান
  • গ্ৰেচী সিং
  • ৰাচেল ছেলি
  • পল ব্লাকথ্ৰন
সূত্ৰধাৰ অমিতাভ বচ্চন
চিত্ৰগ্ৰহণকাৰী অনিল মেহতা
সম্পাদনা Ballu Saluja
সংগীত পৰিচালক এ. আৰ. ৰহমান
প্ৰযোজনা
কোম্পানী
আমিৰ খান প্ৰডাকচন
পৰিবেশক Sony Pictures Networks
Zee Network
মুক্তি
১৫ জুন ২০০১ (2001-06-15)
দৈৰ্ঘ্য
২২৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ২৫ কোটি
সৰ্বমুঠ আয় ৬৮.৬৮ কোটি

লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল। লগান অস্কাৰ বঁটালৈ মনোনীত হোৱা তৃতীয় ভাৰতীয় চলচ্চিত্ৰ ৰূপে পৰিগণিত হ'ল।

তথ্য সংগ্ৰহ