সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৩৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গুৰুবাক্য দাক্ষিণাত্যৰ এটা অঞ্চলত এটা মন্দিৰ আছিল। সেই মন্দিৰত এজন বামুণে সদায় পূজা কৰিছিল। অঞ্চলটোৰ মানুহবোৰ ইমানেই ভগৱানবিশ্বাসী আৰু ধৰ্মপৰায়ণ আছিল যে ল'ৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
 
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
গুৰুবাক্য
{{center|{{Xx-larger|গুৰুবাক্য}}}}
দাক্ষিণাত্যৰ এটা অঞ্চলত এটা মন্দিৰ আছিল। সেই মন্দিৰত এজন বামুণে সদায়
দাক্ষিণাত্যৰ এটা অঞ্চলত এটা মন্দিৰ আছিল। সেই মন্দিৰত এজন বামুণে সদায়
পূজা কৰিছিল। অঞ্চলটোৰ মানুহবোৰ ইমানেই ভগৱানবিশ্বাসী আৰু ধৰ্মপৰায়ণ
পূজা কৰিছিল। অঞ্চলটোৰ মানুহবোৰ ইমানেই ভগৱানবিশ্বাসী আৰু ধৰ্মপৰায়ণ
৬ নং শাৰী: ৬ নং শাৰী:
মাজে ব্ৰাহ্মণে ৰামায়ণ-মহাভাৰত আদি পঢ়ি মানুহক তাৰ মূল অৰ্থ ভাঙনি কৰি
মাজে ব্ৰাহ্মণে ৰামায়ণ-মহাভাৰত আদি পঢ়ি মানুহক তাৰ মূল অৰ্থ ভাঙনি কৰি
দিছিল। তেওঁৰ সেই মনোমোহা ধৰ্মৰ বৰ্ণনা শুনিবলৈ গাঁৱৰ মানুহবোৰ গৈছিল আৰু
দিছিল। তেওঁৰ সেই মনোমোহা ধৰ্মৰ বৰ্ণনা শুনিবলৈ গাঁৱৰ মানুহবোৰ গৈছিল আৰু
বহু নিশালৈ একান্ত মনে শুনিছিল।
বহু নিশালৈ একান্ত মনে শুনিছিল।<br/>
এদিন সন্ধিয়া এনেকৈ ব্যাখ্যা কৰোঁতে ব্ৰাহ্মণে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ, লীলাখেলা
{{gap}}এদিন সন্ধিয়া এনেকৈ ব্যাখ্যা কৰোঁতে ব্ৰাহ্মণে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ, লীলাখেলা
আদিৰ বৰ্ণনা দি আছিল। তেওঁ কৈছিল— ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অসীম। হালধীয়া
আদিৰ বৰ্ণনা দি আছিল। তেওঁ কৈছিল— ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অসীম। হালধীয়া
বস্ত্ৰ পৰিহিত, গলত মণি-মুক্তাৰ মালা, শিৰত ময়ূৰপাখি আৰু হাতত সোণৰ বাঁহীটিৰ
বস্ত্ৰ পৰিহিত, গলত মণি-মুক্তাৰ মালা, শিৰত ময়ূৰপাখি আৰু হাতত সোণৰ বাঁহীটিৰ
সৈতে কৃষ্ণৰ ৰূপৰ তুলনা নাই। তেৱেঁই জগত স্ৰষ্টা। ইত্যাদি। ব্ৰাহ্মণৰ এনেবোৰ
সৈতে কৃষ্ণৰ ৰূপৰ তুলনা নাই। তেৱেঁই জগত স্ৰষ্টা। ইত্যাদি। ব্ৰাহ্মণৰ এনেবোৰ
বৰ্ণনা সকলো মানুহে নিমগ্নভাৱে শুনি আছিল।
বৰ্ণনা সকলো মানুহে নিমগ্নভাৱে শুনি আছিল।<br/>
সেই সময়তে গাঁৱৰ সকলো মানুহ মন্দিৰলৈ যোৱাৰ সুযোগ লৈ এটা চোৰে
{{gap}}সেই সময়তে গাঁৱৰ সকলো মানুহ মন্দিৰলৈ যোৱাৰ সুযোগ লৈ এটা চোৰে
মন্দিৰৰে ওচৰৰ এঘৰত চুৰি কৰিবলৈ সোমাইছিল। কোনোবা আহিব পাৰে বুলি সি
মন্দিৰৰে ওচৰৰ এঘৰত চুৰি কৰিবলৈ সোমাইছিল। কোনোবা আহিব পাৰে বুলি সি
কাণ দুখন বাহিৰত ৰাখোঁতে চোৰে ব্ৰাহ্মণে দি যোৱা কথাবোৰ শুনি আছিল। সি
কাণ দুখন বাহিৰত ৰাখোঁতে চোৰে ব্ৰাহ্মণে দি যোৱা কথাবোৰ শুনি আছিল। সি
২০ নং শাৰী: ২০ নং শাৰী:
সিহঁতৰ গাত সঁচাই যদি ইমান দামী সোণ, মণি-মুক্তা আছে, তেন্তে মই সিহঁতক
সিহঁতৰ গাত সঁচাই যদি ইমান দামী সোণ, মণি-মুক্তা আছে, তেন্তে মই সিহঁতক
মাৰি সেই অলংকাৰবোৰ আনিলে বেছি লাভ হ'ব। এইবোৰ সাধাৰণ মানুহৰ ঘৰৰ
মাৰি সেই অলংকাৰবোৰ আনিলে বেছি লাভ হ'ব। এইবোৰ সাধাৰণ মানুহৰ ঘৰৰ
বস্তু চুৰ কৰি লাভ কি?'
বস্তু চুৰ কৰি লাভ কি?'<br/>
এই ভাবি সি টোপোলাটো থেকেচ মাৰি থৈ চুচুক-চামাককৈ গৈ সভাৰ একোণত
{{gap}}এই ভাবি সি টোপোলাটো থেকেচ মাৰি থৈ চুচুক-চামাককৈ গৈ সভাৰ একোণত
বহি ব্ৰাহ্মণৰ বৰ্ণনা শুনিবলৈ ধৰিলে।
বহি ব্ৰাহ্মণৰ বৰ্ণনা শুনিবলৈ ধৰিলে।<br/>
অলপ পাছত সভা ভংগ হ'ল। সকলো মানুহ ঘৰে ঘৰে গ'ল, কিন্তু চোৰটো
{{gap}}অলপ পাছত সভা ভংগ হ'ল। সকলো মানুহ ঘৰে ঘৰে গ'ল, কিন্তু চোৰটো
৩৫
{{center|৩৫}}

২১:৩৮, ৬ জুলাই ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গুৰুবাক্য

দাক্ষিণাত্যৰ এটা অঞ্চলত এটা মন্দিৰ আছিল। সেই মন্দিৰত এজন বামুণে সদায় পূজা কৰিছিল। অঞ্চলটোৰ মানুহবোৰ ইমানেই ভগৱানবিশ্বাসী আৰু ধৰ্মপৰায়ণ আছিল যে ল'ৰাৰপৰা বুঢ়ালৈকে আটায়ে সেই মন্দিৰলৈ পূজা কৰিবলৈ যায়। আনহাতে বামুণেও সেইসকল ব্যক্তিক ধৰ্মৰ বাণী শুনাই বিমোহিত কৰিছিল। মাজে মাজে ব্ৰাহ্মণে ৰামায়ণ-মহাভাৰত আদি পঢ়ি মানুহক তাৰ মূল অৰ্থ ভাঙনি কৰি দিছিল। তেওঁৰ সেই মনোমোহা ধৰ্মৰ বৰ্ণনা শুনিবলৈ গাঁৱৰ মানুহবোৰ গৈছিল আৰু বহু নিশালৈ একান্ত মনে শুনিছিল।
 এদিন সন্ধিয়া এনেকৈ ব্যাখ্যা কৰোঁতে ব্ৰাহ্মণে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ, লীলাখেলা আদিৰ বৰ্ণনা দি আছিল। তেওঁ কৈছিল— ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অসীম। হালধীয়া বস্ত্ৰ পৰিহিত, গলত মণি-মুক্তাৰ মালা, শিৰত ময়ূৰপাখি আৰু হাতত সোণৰ বাঁহীটিৰ সৈতে কৃষ্ণৰ ৰূপৰ তুলনা নাই। তেৱেঁই জগত স্ৰষ্টা। ইত্যাদি। ব্ৰাহ্মণৰ এনেবোৰ বৰ্ণনা সকলো মানুহে নিমগ্নভাৱে শুনি আছিল।
 সেই সময়তে গাঁৱৰ সকলো মানুহ মন্দিৰলৈ যোৱাৰ সুযোগ লৈ এটা চোৰে মন্দিৰৰে ওচৰৰ এঘৰত চুৰি কৰিবলৈ সোমাইছিল। কোনোবা আহিব পাৰে বুলি সি কাণ দুখন বাহিৰত ৰাখোঁতে চোৰে ব্ৰাহ্মণে দি যোৱা কথাবোৰ শুনি আছিল। সি ঘৰৰ ভিতৰত বস্তু-বাহানি টোপোলা বান্ধি নিবলৈ ওলাওঁতেই তাৰ কাণত পৰিল শ্ৰীকৃষ্ণ বোলা ল'ৰাটোৰ সৌন্দৰ্যৰ বৰ্ণনা। তাকে শুনি তাৰ ভাব হ’ল— ‘বামুণে যে সেই কৃষ্ণ-বলোৰাম বোলা ল'ৰা দুটাৰ কথা কৈছে, সিহঁত ক'ত থাকে বাৰু! সিহঁতৰ গাত সঁচাই যদি ইমান দামী সোণ, মণি-মুক্তা আছে, তেন্তে মই সিহঁতক মাৰি সেই অলংকাৰবোৰ আনিলে বেছি লাভ হ'ব। এইবোৰ সাধাৰণ মানুহৰ ঘৰৰ বস্তু চুৰ কৰি লাভ কি?'
 এই ভাবি সি টোপোলাটো থেকেচ মাৰি থৈ চুচুক-চামাককৈ গৈ সভাৰ একোণত বহি ব্ৰাহ্মণৰ বৰ্ণনা শুনিবলৈ ধৰিলে।
 অলপ পাছত সভা ভংগ হ'ল। সকলো মানুহ ঘৰে ঘৰে গ'ল, কিন্তু চোৰটো

৩৫