সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আত্মানন্দর আত্মকাহিনী । কলে তেওঁ বুজিৰ ঠিক কৰিব নোৱাৰি এনেকৈয়ে আৰম্ভ কৰিলোঁ,—“হে জটাধাৰী, তোহাৰি মত মনুষ্য হামো দেখয়ে নাহি। তোহো কোথা হন্তে আৱলি ? কাহে তোহাৰ ওহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
 
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৬|আত্মানন্দ{{বঙালী ৰ}} আত্মকাহিনী ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

আত্মানন্দর আত্মকাহিনী ।
কলে তেওঁ বুজিৰ ঠিক কৰিব নোৱাৰি এনেকৈয়ে আৰম্ভ
কলে তেওঁ বুজিব ঠিক কৰিব নোৱাৰি এনেকৈয়ে আৰম্ভ
কৰিলোঁ,—“হে জটাধাৰী, তোহাৰি মত মনুষ্য হামো দেখয়ে
কৰিলোঁ,—“হে জটাধাৰী, তোহাৰি মত মনুষ্য হামো দেখয়ে
নাহি। তোহো কোথা হন্তে আৱলি ? কাহে তোহাৰ ওহি
নাহি। তোহো কোথা হন্তে আৱলি? কাহে তোহাৰ ওহি
দশা ভেল ?”
দশা ভেল?”

মোৰ কথাৰ উত্তৰত তেওঁ কলে যে তেওঁ পৃথিবীৰে, আৰু
{{gap}}মোৰ কথাৰ উত্তৰত তেওঁ কলে যে তেওঁ পৃথিবীৰে, আৰু
আমাৰ দেশৰে মানুহ ; ঈশ্বৰক লাভ কৰিবলৈ তেনে বেশ ধৰি
আমাৰ দেশৰে মানুহ; ঈশ্বৰক লাভ কৰিবলৈ তেনে বেশ ধৰি
সাধনা কৰিছে।
সাধনা কৰিছে।

মই সুধিলোঁ,—“ঈশ্বৰক নো কোনে পায় ?”
{{gap}}মই সুধিলোঁ,—“ঈশ্বৰক নো কোনে পায়?”
তেওঁ কলে,—“যি ধাৰ্ম্মিক, সাধু আৰু ঈশ্বৰ-পৰায়ণ ।

এই শব্দকেইটাৰ তেওঁ কি অর্থ কৰিছিল অৱশ্যে তেৱেঁই
{{gap}}তেওঁ কলে,—“যি ধাৰ্ম্মিক, সাধু আৰু ঈশ্বৰ-পৰায়ণ।
এনেবোৰ শব্দৰ

জানে, মই হলে একোকে বুজা নাছিলে।।
{{gap}}এই শব্দকেইটাৰ তেওঁ কি অৰ্থ কৰিছিল অৱশ্যে তেৱেঁই
অৰ্থ সকলোৱে একেদৰেই নকৰে । তথাপি তাৰ ব্যাখ্যা বিচাৰি
জানে, মই হলে একোকে বুজা নাছিলোঁ। এনেবোৰ শব্দৰ
অৰ্থ সকলোৱে একেদৰেই নকৰে। তথাপি তাৰ ব্যাখ্যা বিচাৰি
কালক্ষয় আৰু বাক্যব্যয় নকৰি তেওঁ কোৱাৰ নিচিনা মানুহৰ
কালক্ষয় আৰু বাক্যব্যয় নকৰি তেওঁ কোৱাৰ নিচিনা মানুহৰ
বাহিৰে আনৰ ঈশ্বৰ প্ৰাপ্তি হব নে নহয় সুধিলোঁ।।
বাহিৰে আনৰ ঈশ্বৰ প্ৰাপ্তি হব নে নহয় সুধিলোঁ।

তেওঁ কলে,—“কেতিয়াও নহয় ।”
{{gap}}তেওঁ কলে,—“কেতিয়াও নহয়।”
মই আকৌ সুধিলোঁ—“ঈশ্বৰ ক’ত থাকে ?”

তেওঁ কলে,—“ঈশ্বৰ ক’ত থাকিব ; তেওঁ সৰ্ববত্ৰ ৱিৰাজমান ।”
{{gap}}মই আকৌ সুধিলোঁ—“ঈশ্বৰ ক’ত থাকে?”
মই কলোঁ,—“যদি সেয়ে হয়, ঈশ্বৰক নোপোৱাকৈ কোনো

থাকিব নোবাৰে, তেহেলেই সি ধার্ম্মিকেই হওক বা অধার্ম্মিকেই
{{gap}}তেওঁ কলে,—“ঈশ্বৰ ক’ত থাকিব; তেওঁ সৰ্ববত্ৰ ৱিৰাজমান।”
ৰজা-প্ৰজা,

হওক, সাধুৱেই হওক বা অসাধুৱেই হওক।
{{gap}}মই কলোঁ,—“যদি সেয়ে হয়, ঈশ্বৰক নোপোৱাকৈ কোনো
বামুণ-চঁৰাল, মতা-তিকতা, মানুহ-গৰু, বাঘ-ঘোং, হুল-জোং, খায়-
থাকিব নোবাৰে, তেহেলেই সি ধাৰ্ম্মিকেই হওক বা অধাৰ্ম্মিকেই
হওক, সাধুৱেই হওক বা অসাধুৱেই হওক। ৰজা-প্ৰজা,
বামুণ-চঁৰাল, মতা-তিৰুতা, মানুহ-গৰু, বাঘ-ঘোং, হুল-জোং, খাদ্য-
খাদক, পচ্য-পাচক, পাপৱান-পুণ্যৱান, ভোগী, যোগী,ৰোগীকে আদি
খাদক, পচ্য-পাচক, পাপৱান-পুণ্যৱান, ভোগী, যোগী,ৰোগীকে আদি

২০:৩২, ১৬ জুলাই ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আত্মানন্দর আত্মকাহিনী ।


কলে তেওঁ বুজিব ঠিক কৰিব নোৱাৰি এনেকৈয়ে আৰম্ভ কৰিলোঁ,—“হে জটাধাৰী, তোহাৰি মত মনুষ্য হামো দেখয়ে নাহি। তোহো কোথা হন্তে আৱলি? কাহে তোহাৰ ওহি দশা ভেল?”

 মোৰ কথাৰ উত্তৰত তেওঁ কলে যে তেওঁ পৃথিবীৰে, আৰু আমাৰ দেশৰে মানুহ; ঈশ্বৰক লাভ কৰিবলৈ তেনে বেশ ধৰি সাধনা কৰিছে।

 মই সুধিলোঁ,—“ঈশ্বৰক নো কোনে পায়?”

 তেওঁ কলে,—“যি ধাৰ্ম্মিক, সাধু আৰু ঈশ্বৰ-পৰায়ণ। ”

 এই শব্দকেইটাৰ তেওঁ কি অৰ্থ কৰিছিল অৱশ্যে তেৱেঁই জানে, মই হলে একোকে বুজা নাছিলোঁ। এনেবোৰ শব্দৰ অৰ্থ সকলোৱে একেদৰেই নকৰে। তথাপি তাৰ ব্যাখ্যা বিচাৰি কালক্ষয় আৰু বাক্যব্যয় নকৰি তেওঁ কোৱাৰ নিচিনা মানুহৰ বাহিৰে আনৰ ঈশ্বৰ প্ৰাপ্তি হব নে নহয় সুধিলোঁ।

 তেওঁ কলে,—“কেতিয়াও নহয়।”

 মই আকৌ সুধিলোঁ—“ঈশ্বৰ ক’ত থাকে?”

 তেওঁ কলে,—“ঈশ্বৰ ক’ত থাকিব; তেওঁ সৰ্ববত্ৰ ৱিৰাজমান।”

 মই কলোঁ,—“যদি সেয়ে হয়, ঈশ্বৰক নোপোৱাকৈ কোনো থাকিব নোবাৰে, তেহেলেই সি ধাৰ্ম্মিকেই হওক বা অধাৰ্ম্মিকেই হওক, সাধুৱেই হওক বা অসাধুৱেই হওক। ৰজা-প্ৰজা, বামুণ-চঁৰাল, মতা-তিৰুতা, মানুহ-গৰু, বাঘ-ঘোং, হুল-জোং, খাদ্য- খাদক, পচ্য-পাচক, পাপৱান-পুণ্যৱান, ভোগী, যোগী,ৰোগীকে আদি