সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


{{center|{{X-larger|প্ৰকৃতি।}}}}
{{center|{{Xx-larger|প্ৰকৃতি।}}}}
{{Block center|<poem>ফুল কলি ফুলি গোন্ধ
{{Block center|<poem>ফুল কলি ফুলি গোন্ধ
বোৱাই প্ৰীতিৰ সোঁত,
বোৱাই প্ৰীতিৰ সোঁত,
১৪ নং শাৰী: ১৪ নং শাৰী:
{{gap}}প্ৰকৃতি যে তেনেকৈয়ে ৰল!</poem>}}
{{gap}}প্ৰকৃতি যে তেনেকৈয়ে ৰল!</poem>}}
{{center|⸻}}
{{center|⸻}}
{{center|{{X-larger|আশা।}}}}
{{center|{{Xx-larger|আশা।}}}}
{{Block center|<poem>কিয় মোৰ আশা হায় আশাতে নৰয়?
{{Block center|<poem>কিয় মোৰ আশা হায় আশাতে নৰয়?
ইমান বিঘিনি দেখি পৰি যায় জঁয়।
ইমান বিঘিনি দেখি পৰি যায় জঁয়।

২১:৩১, ১৫ জুলাই ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰতিমা


প্ৰকৃতি।

ফুল কলি ফুলি গোন্ধ
বোৱাই প্ৰীতিৰ সোঁত,
 সৰি পাছে নাইকিয়া হল।
সি ফুলৰে মউ-পিয়া
এটা ভোমোৰা বলিয়া
 ঘূৰি ঘূৰি ফুৰিছে অকল।
উৰি ফুৰি বেজাৰৰ
হৃদয় ৰাগিণী তাৰ
 বৰষি হে সিও গুচি গল।
কৰ কোন কিবা হল,
চিন স্মৃতি পমি-গল।
 প্ৰকৃতি যে তেনেকৈয়ে ৰল!

আশা।

কিয় মোৰ আশা হায় আশাতে নৰয়?
ইমান বিঘিনি দেখি পৰি যায় জঁয়।
জগতৰ গতি দেখি পৰিছোঁ ভাগৰি।
নেলাগে নেপাওঁ যিটো কিয় মৰো পুৰি?

১১