সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰতিমা। জীৱন উচ্ছ্বাস। ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ— ৰচিলোঁ কল্পনা জখলা। সৰগৰ ভোগ মই মৰ হৈ বাঞ্ছিলোঁ আকাশ কুসুম কমলা। মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি হলোঁ যে মগন বি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
 
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{Left|{{Xx-larger|প্ৰতিমা।}}}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xxx-larger|জীৱন উচ্ছ্বাস।}}}}
প্ৰতিমা।
{{Block center|<poem>ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ—
জীৱন উচ্ছ্বাস।
{{gap}}ৰচিলোঁ কল্পনা জখলা।
ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ—
ৰচিলোঁ কল্পনা জখলা।
সৰগৰ ভোগ মই মৰ হৈ বাঞ্ছিলোঁ
সৰগৰ ভোগ মই মৰ হৈ বাঞ্ছিলোঁ
আকাশ কুসুম কমলা।
{{gap}}আকাশ কুসুম কমলা।
মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি
মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি
হলোঁ যে মগন বিমনা।
{{gap}}হলোঁ যে মগন বিমনা।
আৰাম ফটিক৷ জালে বিশ্ৰাম পাটীত
আৰাম ফটিক৷ জালে বিশ্ৰাম পাটীত
পাতিলোঁ সুখৰ জল্পনা।
{{gap}}পাতিলোঁ সুখৰ জল্পনা।
পিছে হায়!
পিছে হায়!
কোনোবাই মোক যেন তললৈ পেলালে
কোনোবাই মোক যেন তললৈ পেলালে
অতল গভীৰ নজনা।
{{gap}}অতল গভীৰ নজনা।
সাৰ পাই চাওঁ যেন, সংসাৰ ৰাক্ষস
সাৰ পাই চাওঁ যেন, সংসাৰ ৰাক্ষস
হুতাশ, বিকট দৰ্শনা
{{gap}}হুতাশ, বিকট দৰ্শনা
হেঁচা মাৰি ধৰি আছে উঠিব নিদিয়ে 1
হেঁচা মাৰি ধৰি আছে উঠিব নিদিয়ে 1
যৰে তো ম‍ই ততে আছোঁ।
{{gap}}যৰে তো ম‍ই ততে আছোঁ।
নাই মুঠে সুখ আশা পলোৱা সপোন
নাই মুঠে সুখ আশা পলোৱা সপোন
মই ওলটাব ধৰিছোঁ।
{{gap}}মই ওলটাব ধৰিছোঁ।
যুজি চাই ৰাক্ষসেবে পাৰোঁ যদি উঠে
যুজি চাই ৰাক্ষসেবে পাৰোঁ যদি উঠে
বুলি, ঘূৰি চিপ মাৰিছোঁ।
{{gap}}বুলি, ঘূৰি চিপ মাৰিছোঁ।</poem>}}

২০:৪৮, ১৫ জুলাই ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰতিমা।

জীৱন উচ্ছ্বাস।

ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ—
 ৰচিলোঁ কল্পনা জখলা।
সৰগৰ ভোগ মই মৰ হৈ বাঞ্ছিলোঁ
 আকাশ কুসুম কমলা।
মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি
 হলোঁ যে মগন বিমনা।
আৰাম ফটিক৷ জালে বিশ্ৰাম পাটীত
 পাতিলোঁ সুখৰ জল্পনা।
পিছে হায়!
কোনোবাই মোক যেন তললৈ পেলালে
 অতল গভীৰ নজনা।
সাৰ পাই চাওঁ যেন, সংসাৰ ৰাক্ষস
 হুতাশ, বিকট দৰ্শনা
হেঁচা মাৰি ধৰি আছে উঠিব নিদিয়ে 1
 যৰে তো ম‍ই ততে আছোঁ।
নাই মুঠে সুখ আশা পলোৱা সপোন
 মই ওলটাব ধৰিছোঁ।
যুজি চাই ৰাক্ষসেবে পাৰোঁ যদি উঠে
 বুলি, ঘূৰি চিপ মাৰিছোঁ।