সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
 
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১২|বৈদেহী-বিচ্ছেদ।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

বৈদে-বি3ে.
কাণ্ডাৰী বিহীন!
{{Block center|<poem>কাণ্ডাৰী বিহীন!
দৃশ্য অতি মনোহ।
দৃশ্য অতি মনোহৰ।
ভাহিছে সুবৰ্ণ তী
ভাহিছে সুবৰ্ণ তৰী
নদীৰ মাজেদি।
নদীৰ মাজেদি।
দুফালৰ ধাৰা গুৱনী পানী,
দুফালৰ দুধাৰা শুৱনী পানী,
কামিনীৰ কেশপাশ সম,
কামিনীৰ কেশপাশ সম,
বতাহত ঢৌ খেলি খেলি,
বতাহত ঢৌ খেলি খেলি,
যেন পৰিছে মুকলি হৈ,
যেন পৰিছে মুকলি হৈ,
আউলী বাউলী হৈ।
আউলী বাউলী হৈ।
সুৱৰ্ণ ৰী ফুৰিছে শেওঁতা ফালি,
সুৱৰ্ণ তৰী ফুৰিছে শেওঁতা ফালি,
ঠিক যেন ননী-হাতে সমৰ হে কণি।
ঠিক যেন ননী-হাতে সমৰ হে ফণি।
অযোধ্যাবাসী!
অযোধ্যাবাসী!
দৃশ্য দেখি তৃপ্ত হোৱা।
দৃশ্য দেখি তৃপ্ত হোৱা।
ৰাম নহয় বিৰত আছি,
ৰাম নহয় বিৰত আজি,
উৎসৰ্গিব নিজ দেহ
উৎসৰ্গিব নিজ দেহ
এই ঘোৰ বিপদ সনিলে।
এই ঘোৰ বিপদ সণ্মিলে।
প্ৰিয়ে। ক্ষণেক কাৰণে,
প্ৰিয়ে! ক্ষণেক কাৰণে,
বিৰ নে বিদায় বামে?
দিবা নে বিদায় ৰামে?
অবিলম্বে পশিম পুনৰ এই
অবিলম্বে পশিম পুনৰ এই
পা দুলিত ফুলৰনে;
পৱন দুলিত ফুলবনে;
ফুল প্ৰাণে পু
ফুল্ল প্ৰাণে পুনু
চুমি তোমাৰ
চুমিম তোমাৰ
এফু কমলে।
প্ৰফুল্ল কমলে।</poem>}}

১৭:৩৯, ৫ জুলাই ২০২৪ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
বৈদেহী-বিচ্ছেদ।


কাণ্ডাৰী বিহীন!
দৃশ্য অতি মনোহৰ।
ভাহিছে সুবৰ্ণ তৰী
নদীৰ মাজেদি।
দুফালৰ দুধাৰা শুৱনী পানী,
কামিনীৰ কেশপাশ সম,
বতাহত ঢৌ খেলি খেলি,
যেন পৰিছে মুকলি হৈ,
আউলী বাউলী হৈ।
সুৱৰ্ণ তৰী ফুৰিছে শেওঁতা ফালি,
ঠিক যেন ননী-হাতে সমৰ হে ফণি।
অযোধ্যাবাসী!
দৃশ্য দেখি তৃপ্ত হোৱা।
ৰাম নহয় বিৰত আজি,
উৎসৰ্গিব নিজ দেহ
এই ঘোৰ বিপদ সণ্মিলে।
প্ৰিয়ে! ক্ষণেক কাৰণে,
দিবা নে বিদায় ৰামে?
অবিলম্বে পশিম পুনৰ এই
পৱন দুলিত ফুলবনে;
ফুল্ল প্ৰাণে পুনু
চুমিম তোমাৰ
প্ৰফুল্ল কমলে।