সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।

পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২৪ নং শাৰী: ২৪ নং শাৰী:
চোঁৱা পথিক, চোৱাঁ চোৱাঁ,{{gap}} আকৌ হঠাৎ হেৰুৱালোঁ।</poem>}}
চোঁৱা পথিক, চোৱাঁ চোৱাঁ,{{gap}} আকৌ হঠাৎ হেৰুৱালোঁ।</poem>}}

বাল্মীকি-পতিব্ৰতে! ইমান অধৈৰ্য্যা হৈছা কিয়? স্থিৰ হোঁৱা-

বাল্মীকি—পতিব্ৰতে! ইমান অধৈৰ্য্যা হৈছা কিয়? স্থিৰ হোঁৱা-

{{gap|3em}}ছোন, মই পথিক নহওঁ, তোমালোকৰ পুৰ্ব্ব পৰিচিত

{{gap|3em}}ছোন, মই পথিক নহওঁ, তোমালোকৰ পুৰ্ব্ব পৰিচিত

{{gap|3em}}বাশ্মীকি।

{{gap|3em}}বাশ্মীকি।

বৈদেহী-ধৈৰ্য, ধৈৰ্য্য, ধৈৰ্য্য, কাৰ আছে ধৈৰ্য্য?
বৈদেহী—ধৈৰ্য, ধৈৰ্য্য, ধৈৰ্য্য, কাৰ আছে ধৈৰ্য্য?

১৮:৫৬, ৬ জুলাই ২০২৪ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৈদেহী-বিচ্ছেদ।

ভলুকা লিতিকাইৰ

গীত।

বাপু কেনে মজাৰ ঢৌ।
এই চিপত পৰি যাব দহনখীয়া ৰৌ॥
বাপুৰ চকুৰ কেনে পাক্,
ত'ত দেখিয়েই অবাক্,
পেট ভৰি মজা কৰি
খোৱাঁ বাপু মৌ॥

বাল্মীকি—(অলপ খংমুৱাকৈ উভতি চায়) মনেমনে আহিব নোৱাৰ-
হঁত নে?

লিতিকাই—খুব প্ৰভু! খুব পাৰোঁ। যেনে তেনে মতে কাৰ্যটো
সিদ্ধি হওক।

বাল্মীকিক দেখি জানকীৰ পাগলিনী বেশে

বিলাপ।

নাথ,নাথ,কেনে নাথ,  কিয় নাথ, ক’ত নাথ,
ক'ত আছে দুখুনীৰ নাথ?
এই নাথৰ মাত শুনিলো,  নাথৰ গাতে গা লগালোঁ,
চোঁৱা পথিক, চোৱাঁ চোৱাঁ,  আকৌ হঠাৎ হেৰুৱালোঁ।

বাল্মীকি—পতিব্ৰতে! ইমান অধৈৰ্য্যা হৈছা কিয়? স্থিৰ হোঁৱা-
ছোন, মই পথিক নহওঁ, তোমালোকৰ পুৰ্ব্ব পৰিচিত
বাশ্মীকি।

বৈদেহী—ধৈৰ্য, ধৈৰ্য্য, ধৈৰ্য্য, কাৰ আছে ধৈৰ্য্য?