সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা

→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি

মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||বৈদেহী-বিচ্ছেদ।|৪৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বশিষ্ঠ—এতিয়া যজ্ঞ ক্ষেত্ৰ নিৰ্ম্মাণ, বন্ধুবান্ধৱৰ নিমন্ত্ৰণ, যজ্ঞ সম্ভাৰ

বৈদেহী-বিচ্ছেদ।
{{gap|3em}}সংগ্ৰহ, স্বৰ্ণ সীতা নিৰ্ম্মাণ আদি কাৰ্য্য শীঘ্ৰে সম্পন্ন হব

8
{{gap|3em}}লাগে। যজ্ঞাৰ্হ্ন লক্ষণযুক্ত এটি কৃষ্ণসাৰ অশ্ব বিচাৰ

বশিষ্ঠ—এতিয়া যজ্ঞ ক্ষেত্ৰ নিৰ্মাণ, বন্ধুবান্ধৱৰ নিমন্ত্ৰণ, যজ্ঞ সপ্তাৰ
{{gap|3em}}কৰাওক। পূজাৰ বাবে যি যি বস্তু লাগে তাক গোটাবৰ

সংগ্ৰহ, স্বৰ্ণ সীতা নিৰ্মাণ দি কাৰ্য্য শীঘ্ৰে সক্ষম হব
{{gap|3em}}নিমিত্তে মোৰ লগত কেজন যোগ্যবান মানুহ দিয়ক।

লাগে। বন্ধু লক্ষণযুক্ত এটি কৃষ্ণৰ অশ্ব বিচাৰ

কৰাওক। পূজাৰ বাৰে যি যি বস্তু লাখে তাক গোটাবৰ
ৰাম—বোপা লক্ষ্মণ! পলম কৰিবৰসকাম নাই। শীঘ্ৰে মহাত্মা

নিমিত্তে মোৰ লগত কেন মোগ্যবান মানুহ দিয়ক।
{{gap|3em}}সুগ্ৰীৱক, কামগামী ৰাক্ষসবিলাকে সৈতে অতুশবিক্ৰম

নাম—বোপা লক্ষ্মণ! পলম কৰিবৰসকাম নাই। শীঘ্ৰে মহাত্মা
{{gap|3em}}ৰাক্ষসৰাজ বিভীষণক, দেশ বিদেশৰ ৰজাসকলক,

সুগ্ৰীৱক, কামগামী ৰাক্ষসবিলাকে সৈতে অতু বিক্ৰম
{{gap|3em}}নৰ্ত্তক নৰ্ত্তকী, সুত্ৰধাৰ আ{{বঙালী ৰু}} ঋষি মুনিসকলক যজ্ঞলৈ

ৰাসৰাজ বিভীষণক, দেশ বিদ্বেশৰ ৰজামফলক,
{{gap|3em}}নিমন্ত্ৰণ কৰাঁ। গোমতী নদীৰ তীৰৰ নৈমিষাৰণ্যত

নক নৰ্তকী, সুত্ৰধাৰ আৰু ঋষি মুনিসকলক যজ্ঞলৈ
{{gap|3em}}বহলকৈ যজ্ঞভূমি নিৰ্ম্মাণ কৰিবলৈ আদেশ, কৰা।

নিমন্ত্ৰণ কৰা। গোমতী নদীৰ তীৰৰ নৈমিষাৰণ্য
{{gap|3em}}প্ৰজাৰিলাকৰ ঘৰে ঘৰে যেন আজি শান্তি বিৰাজ কৰে।

বহলকৈ যজ্ঞভূমি নিৰ্মাণ কৰিবলৈ আদেশ, কৰা।
{{gap|3em}}ভৰত বোপা! তুমি যজ্ঞ সম্ভাৰ নৰ্ত্তকী আৰু বেপাৰী

প্ৰজাৰিলাকৰ ঘৰে ঘৰে যেন আজি শান্তি বিৰাজ কৰে।
{{gap|3em}}দোকানীবিলাক যজ্ঞ স্থানলৈ পঠাই দিয়া। তুমি নিজেও

ভৰত বোপা! তুমি যঃ সৰ নৰ্তকী আৰু ৰেপাৰী
{{gap|3em}}আইসকলক লৈ শত্ৰুঘ্নেৰে ৰে সৈতে তালৈকে যোৱাঁ। স্বৰ্ণ

দোকানীবিলাক যজ্ঞ স্থানলৈ পঠাই দিয়। তুমি নিজেও
{{gap|3em}}সীতাও তোমালোকৰ লগতে লৈ যোৱাঁ। বোপা লক্ষণ!

আইসকলক লৈ শষেৰে সৈতে তালৈকে যোৱ।। স্বৰ্ণ
{{gap|3em}}তুমি শীঘ্ৰে গৈ নিজ চকুৰে চাই ঘোৰাশালৰপৰা এটি

সীতাও তোমালোকৰ লগতে লৈ যোৱ।। বোপা লক্ষণ!
{{gap|3em}}ঘোৰা লৈ আহাঁ আৰু সৈন্য সামন্ত লৈ ঘোৰাৰ ৰক্ষাৰ

তুমি শীঘ্ৰে গৈ নিজ চকুৰে চাই থোৰাশালৰপৰা এটি
{{gap|3em}}নিমিত্তে যাবলৈ প্ৰস্তুত হোৱাঁ। মধুমত্ত! তুমি ঘোৰাৰ

ছোৰা লৈ আহ আৰু সৈন্য সামন্ত লৈ ঘোৰাৰ ৰক্ষাৰ
{{gap|3em}}কঁপালত আৰি দিবৰ নিমিত্তে এখনি স্বৰ্ণাক্ষৰ জয়পত্ৰ

নিমিত্তে যাবলৈ প্ৰস্তুত হোৱ।। মধুমত্ত! তুমি খোবাৰ
{{gap|3em}}লেখি দিয়াঁ।

কপালত আৰি দিবৰ নিমিত্তে এখনি স্বৰ্ণাক্ষৰ জয়পত্ৰ

লেখি দিয়া।
লককাইদেউ! মই মোৰা আৰু সৈন্য-সামন্ত উলিয়াই লৈ
লক্ষ্মণ—ককাইদেউ! মই ঘোৰা আৰু সৈন্য-সামন্ত উলিয়াই লৈ

আছেগৈ। মধুমত্ত! তুমিও আহা। (উভয়ৰে নিজামণ)
{{gap|3em}}আহোঁগৈ। মধুমত্ত! তুমিও আহাঁ। (উভয়ৰে নিষ্ক্ৰাষণ)

১৪:২৯, ৭ জুলাই ২০২৪ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
বৈদেহী-বিচ্ছেদ।

বশিষ্ঠ—এতিয়া যজ্ঞ ক্ষেত্ৰ নিৰ্ম্মাণ, বন্ধুবান্ধৱৰ নিমন্ত্ৰণ, যজ্ঞ সম্ভাৰ
সংগ্ৰহ, স্বৰ্ণ সীতা নিৰ্ম্মাণ আদি কাৰ্য্য শীঘ্ৰে সম্পন্ন হব
লাগে। যজ্ঞাৰ্হ্ন লক্ষণযুক্ত এটি কৃষ্ণসাৰ অশ্ব বিচাৰ
কৰাওক। পূজাৰ বাবে যি যি বস্তু লাগে তাক গোটাবৰ
নিমিত্তে মোৰ লগত কেজন যোগ্যবান মানুহ দিয়ক।

ৰাম—বোপা লক্ষ্মণ! পলম কৰিবৰসকাম নাই। শীঘ্ৰে মহাত্মা
সুগ্ৰীৱক, কামগামী ৰাক্ষসবিলাকে সৈতে অতুশবিক্ৰম
ৰাক্ষসৰাজ বিভীষণক, দেশ বিদেশৰ ৰজাসকলক,
নৰ্ত্তক নৰ্ত্তকী, সুত্ৰধাৰ আরু ঋষি মুনিসকলক যজ্ঞলৈ
নিমন্ত্ৰণ কৰাঁ। গোমতী নদীৰ তীৰৰ নৈমিষাৰণ্যত
বহলকৈ যজ্ঞভূমি নিৰ্ম্মাণ কৰিবলৈ আদেশ, কৰা।
প্ৰজাৰিলাকৰ ঘৰে ঘৰে যেন আজি শান্তি বিৰাজ কৰে।
ভৰত বোপা! তুমি যজ্ঞ সম্ভাৰ নৰ্ত্তকী আৰু বেপাৰী
দোকানীবিলাক যজ্ঞ স্থানলৈ পঠাই দিয়া। তুমি নিজেও
আইসকলক লৈ শত্ৰুঘ্নেৰে ৰে সৈতে তালৈকে যোৱাঁ। স্বৰ্ণ
সীতাও তোমালোকৰ লগতে লৈ যোৱাঁ। বোপা লক্ষণ!
তুমি শীঘ্ৰে গৈ নিজ চকুৰে চাই ঘোৰাশালৰপৰা এটি
ঘোৰা লৈ আহাঁ আৰু সৈন্য সামন্ত লৈ ঘোৰাৰ ৰক্ষাৰ
নিমিত্তে যাবলৈ প্ৰস্তুত হোৱাঁ। মধুমত্ত! তুমি ঘোৰাৰ
কঁপালত আৰি দিবৰ নিমিত্তে এখনি স্বৰ্ণাক্ষৰ জয়পত্ৰ
লেখি দিয়াঁ।

লক্ষ্মণ—ককাইদেউ! মই ঘোৰা আৰু সৈন্য-সামন্ত উলিয়াই লৈ
আহোঁগৈ। মধুমত্ত! তুমিও আহাঁ। (উভয়ৰে নিষ্ক্ৰাষণ)